ETV Bharat / state

সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই জাৰ্মানীৰ পৰা আমদানি কৰিব ভ্ৰাম্যমান অক্সিজেন প্ৰকল্প

author img

By

Published : Apr 23, 2021, 9:13 PM IST

এ.এফ.এম.এছয়ে জাৰ্মানীৰ পৰা অক্সিজেন উৎপাদন প্ৰকল্প আমদানি কৰিব যাতে ক'ভিড-১৯ৰ বৰ্তমান পৰিস্থিতিৰ বাবে সহায় হয় । লগতে এ.এফ.এম.এছ.ত চমু সেৱা আয়োগৰ চিকিৎসকসকলক ৩১ ডিচেম্বৰলৈ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ।

সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই জাৰ্মানীৰ পৰা আমদানি কৰিব ভ্ৰাম্যমান অক্সিজেন প্ৰকল্প
সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই জাৰ্মানীৰ পৰা আমদানি কৰিব ভ্ৰাম্যমান অক্সিজেন প্ৰকল্প

তেজপুৰ,২৩ এপ্ৰিল: সমগ্ৰ দেশত ক'ভিডৰ দ্বিতীয় ঢৌৰ সময়ত চিকিৎসালয়সমূহত অক্সিজেনৰ অভাৱৰ মাজতে সশস্ত্ৰ বাহিনী চিকিৎসা সেৱাই (এ.এফ.এম.এছ) জাৰ্মানীৰ পৰা অক্সিজেন উৎপাদন কাৰখানা আৰু পাত্ৰ আমদানি কৰাৰ সিদ্ধান্ত লৈছে । জাৰ্মানীৰ পৰা ২৩ টা ভ্ৰাম্যমাণ অক্সিজেন উৎপাদন প্ৰকল্প বিমানেৰে অনা হৈছে যাক ৰোগীসকলক সেৱা আগবঢ়োৱা এ.এফ.এম.এছ চিকিৎসালয়ত ৰখা হ'ব ।

প্ৰতিটো প্ৰকল্পৰ প্ৰতি মিনিটত ৪০ লিটাৰ অক্সিজেন আৰু ঘণ্টাত ২,৪০০ লিটাৰ অক্সিজেন উৎপাদন কৰাৰ ক্ষমতা আছে । এই হাৰত ই ২০-২৫ জন ৰোগীক ২৪ ঘণ্টা সেৱা আগবঢ়াব পাৰে। এই প্ৰকল্পবোৰৰ সুবিধা হৈছে যে সেইবোৰ সহজে বহনযোগ্য। এই অক্সিজেন উৎপন্নকাৰী প্ৰকল্পবোৰ এসপ্তাহৰ ভিতৰত ভাৰতলৈ আহি পোৱাৰ সম্ভাৱনা আছে ।

আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়ে চিকিৎসা সেৱাৰ বৰ্তমানৰ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এএফএমএছত চমু সেৱা আয়োগৰ চিকিৎসকসকলক ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিব । যাতে এএফএমএছৰ শক্তি অতিৰিক্ত ২৩৮ জন চিকিৎসকৰ দ্বাৰা বৃদ্ধি কৰিব পাৰে ।

লগতে পঢ়ক:অসমত যে হৰ্চ ট্ৰেডিং নহ’ব সেইটো নুই কৰিব নোৱাৰি:খাম্ফা বৰগয়াৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.