ETV Bharat / state

তুষাৰপাতৰ সৌন্দৰ্যই আৱৰিছে ছিকিমক - ইটিভি ভাৰত

তুষাৰপাতত মোহিত পৰ্যটক

etv bharat
author img

By

Published : Feb 11, 2019, 11:58 AM IST

নিউজ ডেস্ক, ১১ ফেব্ৰুৱাৰী : শুভ্ৰ বৰফৰ দলিচাই আৱৰিছে ছিকিমক। এসপ্তাহ জুৰি হোৱা প্ৰবল তুষাৰপাতৰ ফলত ছিকিমত এতিয়া প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ সমাহাৰ।

snowfall
বৰফাবৃত পথৰ ফলত যাতায়ত ব্যাহত হৈ পৰিছে যদিও তুষাৰপাতৰ নান্দনিক দৃশ্যই অভিভূত কৰিছে সকলোকে।
undefined

ছিকিমৰ তুষাৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ চুবুৰীয়া ৰাজ্যখনত ভিৰ কৰিছে দেশ-বিদেশৰ পৰ্যটকে।

তেজপুৰ: পশ্চিম চিকিমত এতিয়া কাশ্চমিৰ সদৃশ দৃশ্য , চুবুৰীয়া ৰাজ্যখনত যোৱা এক সপ্তাহ ধৰি চলিচে তুষাৰপাত ৷এই তুষাৰ পাতত বিদ্ধস্ত হৈ পৰিছে জনজীৱন ৷দক্ষিন চিক্কিমৰ সমগ্ৰ অঞ্চলৰ ঘৰসমূহ বৰফৰে ঢাকি ধৰিচে ৷প্ৰকৃতিৰ এই মনোমোহা দৃশ্যত অভিভুত সকলো যেন এক শ্বেত্ শুভ্ৰ বিশাল দলিচাহে ৷কিন্ত বিদ্ধস্ত জন দীৱন ৷বিগত কেইবাদিনো পৰ্যতক তথা স্থানীয় লোকে জীয়াতু ভোগিছে ৷কিন্ত তাৰ মাজতে এই নান্দনিক দৃশ্য বন্দী কৰিবলৈ আশা এৰা নাই প্ৰতিগৰাকী লোকে ৷বৰ্তমান উত্তৰ পূৰ্বাঞ্চলত অৰুনাচল প্ৰদেশ পূবে আৰু চিক্কিমতহে এই দৰে বৰফাবৃত্ত পৰিবেশ দেখিবলৈ পোৱা যায় ৷

প্ৰণৱ কুমাৰ দাস , ইটিভি ভাৰত ,অসম তেজপুৰ
১১/২/১৯

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.