ETV Bharat / state

অৰুণাচলৰ ভয়াৱহ ভূমিস্খলনত নিহত এজন - landslide

ইটানগৰ-গহপুৰ সংযোগী গড়কাপ্তানি পথৰ চন্দন নগৰস্থিত অৰুণাচল প্ৰদেশ পুলিচ হেড কোৱাটাৰ সমীপত সংঘটিত হোৱা ভূমিস্খলনত দুজন লোক থিতাতে নিহত হোৱা উপৰিও আন দুজন লোক গুৰুত্বভাবে আহত, এতিয়াও সন্ধানহীন এজন বাইক আৰোহী ৷

অৰুণাচলত ভয়াবহ ভূমিস্খলনত নিহত দুজন
author img

By

Published : Jul 17, 2019, 9:21 PM IST

Updated : Jul 17, 2019, 9:47 PM IST

তেজপুৰ, 17 জুলাইঃ বুধবাৰে অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত এক ভয়াবহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৷ ইটানগৰ-গহপুৰ সংযোগী গড়কাপ্তানি পথৰ চন্দন নগৰস্থিত অৰুণাচল প্ৰদেশ পুলিচ হেড কোৱাটাৰ সমীপত সংঘটিত হোৱা এই ভূমিস্খলনত টাৰিন মাচু (৪০) আৰু বিৰি টাথ (৫৫) নামৰ দুজন লোক থিতাতে নিহত হোৱা উপৰিও আন দুজন লোক গুৰুত্বভাবে আহত হৈছে ৷ ইয়াৰোপৰি এজন বাইক আৰোহী বৰ্তমানেও সন্ধানহীন হৈ আছে ৷ লগতে ভূমিস্খলনৰ ফলত কেইবাখনো যান-বাহন মাটিত পোত গৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰশাসনে চি আৰ পি এফ, এছ ডি আৰ এফ, আই টি বি পিৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে ইটানগৰ সংযোগী পথ বন্ধ হৈ আছে ৷

Intro:
ইটানগৰৰ আৰক্ষী মুখ্যালয়ৰ সমীপত ভয়ংকৰ ভূমিস্খলন ৷
তেজপুৰ,১৭ জুলাই: অৰুনাচল প্ৰদেশৰ ৰাজধানী ইটানগৰত ভয়াবহ ভূমিস্খলন ৷কেবাখনো বাহন ভূমিস্খলনত পোত গৈছে ৷
এজন বাইক আৰোহী এতিয়াও সন্ধানহীন , উদ্ধাৰ আৰু পথ মুকলি অভিযান অব্যাহত ৷
প্ৰশাসনে ৫ খন জে চি বি , ৰে উদ্ধাৰ কাৰ্য চলাই আছে ৷ চি আৰ ৰি এফ, এছ ডি আৰ এফ, আই টি বি পি অভিযানত নামি পৰিছে ৷

Body:ইটানগৰ-গহপুৰ সংযোগী গড়কাপ্তানি পথৰ চন্দন নগৰৰ অৰুণাচল প্ৰদেশ পুলিচ হেড কোৱাটাৰ সমীপত আজি সংঘটিত এক ভয়াৱহ ভূমি স্খলনত দুজন লোক থিতাতে নিহত হোৱা উপৰিও আন দুজন লোক গুৰুত্বৰভাবে আহত হোৱাৰ লগতে কেইবাখনো যান-বাহন মাটিত পোত যায়... টাৰিন মাচু (৪০) আৰু বিৰি টাথ (৫৫) নামৰ লোকজনক উদ্ধাৰ কৰি ৰাম কৃষ্ণ মিছন হস্পতালত ভৰ্তি কৰে। এতিয়াও এজন মটৰ চাইকেল আৰোহী মাটিত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। Conclusion:এই মুহুৰ্তলৈকে ইটানগৰ সংযোগী পথ বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে ৷

পিৰণৱ কুমাৰ দাস
তেজপুৰ
১৭/৭/১৯
Last Updated : Jul 17, 2019, 9:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.