ETV Bharat / state

তেজপুৰত ক'ভিড আক্ৰান্তক খাদ্য-সামগ্ৰী বিতৰণ

author img

By

Published : Oct 22, 2020, 8:52 PM IST

বায়ু সেনাৰ বাহনত কঢ়িয়াই নিয়া এই খাদ্য সামগ্ৰী তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওৰ লোকক বিশেষকৈ মহামাৰী কৰ'ণা সংক্ৰমণ হোৱা লোকক বিতৰণ কৰে । এই অভিযানত বায়ু সেনাৰ মহিলা কল্যাণ সংস্থাৰ সভাপতি সীমা সিং, ফ্লাইট লেফ্টেনেণ্ট অসীম গাৰ্গ, কৰ্পোৰেল কুশল আৰু তেজপুৰ ৰাজহ চক্ৰ বিষয়া সংহমিত্রা বৰুৱা উপস্থিত থাকে।

grossery-items-distribute-to-covid-petient
তেজপুৰত ক'ভিড আক্ৰান্তক খাদ্য-সামগ্ৰী বিতৰণ

তেজপুৰ, ২২ অক্টোবৰ : ভাৰতীয় বায়ু সেনাৰ তেজপুৰ বায়ু সেনা ছাউনীৰ মহিলা কল্যাণ সংস্থাই শোণিতপুৰ জিলা প্ৰশাসনৰ লগত মিলিত হৈ যৌথ ভাৱে শোনিতপুৰ জিলাখনৰ ক'ভিড ৰোগত আক্ৰান্ত হোৱা লোক সকলক খাদ্য সামগ্ৰীৰ বিতৰণ কৰে।

তেজপুৰ চক্ৰ বিষয়াৰ লগতে মহিলা কল্যাণ সংস্থাই দুখীয়া লোকসকলৰ মাজত চাউল, দালি, নিমখ আদি খাদ্য সামগ্ৰীৰ বিতৰণ কৰে। বায়ু সেনাৰ বাহনত কঢ়িয়াই নিয়া এই খাদ্য সামগ্ৰী তেজপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁওৰ লোকক বিশেষকৈ মহামাৰী কৰ'ণা সংক্ৰমণ হোৱা লোকক বিতৰণ কৰে ।

এই অভিযানত বায়ু সেনাৰ মহিলা কল্যাণ সংস্থাৰ সভাপতি সীমা সিং, ফ্লাইট লেফ্টেনেণ্ট অসীম গাৰ্গ, কৰ্পোৰেল কুশল আৰু তেজপুৰ ৰাজহ চক্ৰ বিষয়া সংহমিত্রা বৰুৱা উপস্থিত থাকে।

লগতে পঢ়ক: সামাজিক মাধ্যমত বিৰ্তকিত মন্তব্য কৰাকলৈ ক্ষুদ্ধ ডি এইচ ডি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.