ETV Bharat / state

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত "গোমচেং ডে" উদযাপন - গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট

ব'হাগৰ আজিৰ দিনতে প্ৰতি বছৰে উদযাপন কৰি আহিছে গোমচেঙ ডে৷ অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁইয়ে

GOMSENG DAY
author img

By

Published : Apr 27, 2019, 11:06 PM IST

তেজপুৰ,২৭ এপ্ৰিল : তেজপুৰৰ এটি শিক্ষা অনুষ্ঠানত "গোমচেং "ডে উদযাপন । তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট টেকনলজীৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলে বহাগৰ আজিৰ দিনতে প্ৰতি বছৰে উদযাপন কৰি আহিছে গোমচেং ডে"ৰ৷

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটত "গোমচেং ডে" উদযাপন

বাৰে-ৰহনীয়া সংস্কৃতিক অনুষ্ঠানৰ মাজেদি অসমীয়া ভাষা তথা সংস্কৃতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিবলৈ এই প্ৰয়াস কৰে শিক্ষাৰ্থী তথা শিক্ষকসকলে । ভাষাক জীয়াই ৰাখিবলৈ এখন চুটি নাট্য সাহিত্যৰ মাধ্যমেৰে প্ৰকাশ কৰে। অনুষ্ঠানটোৰ শোভাৰম্ভণি কৰে শিক্ষানুষ্টানৰ মুৰব্বী তথা অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁইয়ে ৷

Intro:তেজপুৰ,২৭ এপ্ৰিল : তেজপুৰৰ এটি শিক্ষা অনুষ্ঠান ত "গোমচেঙ "নামৰ ইথেনিক ডে ৰ উদযাপন ।তেজপুৰৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ মেনেজমেণ্ট techonology ত বহাগৰ আজিৰ দিনতে প্ৰতি বছৰে উদযাপন কৰি আহিছে শিক্ষা অনুষ্ঠান খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলে ।

Body:বাৰে ৰহনীয়া সংস্কৃতি অনুষ্টান ৰ মাজেদি অসমীয়া ভাষাৰ তথা সংস্কৃতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিব ৰ যি প্ৰয়াস কৰিছে এক লক্ষণীয় ।ভাষাক জীয়াই ৰাখিবলৈ এখন চুটি নাট্য সাহিত্যৰ মাধ্যমে প্ৰকাশ কৰিছে। অনুষ্ঠান তোৰ শোভা আৰম্ভণি কৰে শিক্ষা অনুষ্টান ৰ মূৰব্বী তথা অধ্যক্ষ বুলজিৎ বুঢ়াগোহাঁই য়ে "গোমচেঙ" পতাকা উত্তোলন আৰু বন্তি জ্বলাই ।
Byte: Principal ,Buljit বুঢ়াগোঁহাই ।

DL তো ও Use কৰিব ।
edit kori diya আছে ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২৭/৪/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.