দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি শনিবাৰে বিহালী সমষ্টিৰ ৰাংছালীত বিনামূলীয়া এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰে বিজেপি অনুসূচিত জাতি মৰ্চা বিহালী মণ্ডলে (PM Narendra Modi)। শিবিৰত বিজেপি কৰ্মীসকলে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰাংছালীৰ শতাধিক লোকক বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ লগতে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আগবঢ়ায়(Free health camp at Bihali) । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ দাসে । কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ বিজেপি দলৰ উপ-সভাপতি ক্ষীৰোদ দাস, বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা, নিজ বিহালী জিলা পৰিষদৰ সদস্য দিপিকা ঢকাল, নিজ বিহালী গাঁও পঞ্চায়তৰ সভাপতি প্ৰেম চেত্ৰী, বটিয়ামাৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাসৰ লগতে নিজ বিহালীৰ আঞ্চলিক সদস্য অনিমা হাজৰিকা,বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সম্পাদক প্ৰণৱ কুমাৰ দাস, ৰাংছালি উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকাকে ধৰি অঞ্চলটোৰ কেইবাজনো সমাজকৰ্মী ।
বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন - বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চা
দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি শনিবাৰে বিহালী সমষ্টিৰ ৰাংছালীত বিনামূলীয়া এক স্বাস্থ্য শিবিৰৰ আয়োজন কৰে বিজেপি অনুসূচিত জাতি মৰ্চা বিহালী মণ্ডলে (PM Narendra Modi)। শিবিৰত বিজেপি কৰ্মীসকলে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে ৰাংছালীৰ শতাধিক লোকক বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ লগতে বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আগবঢ়ায়(Free health camp at Bihali) । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ দাসে । কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ বিজেপি দলৰ উপ-সভাপতি ক্ষীৰোদ দাস, বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা, নিজ বিহালী জিলা পৰিষদৰ সদস্য দিপিকা ঢকাল, নিজ বিহালী গাঁও পঞ্চায়তৰ সভাপতি প্ৰেম চেত্ৰী, বটিয়ামাৰি গাঁও পঞ্চায়তৰ সভানেত্ৰী ফুলমনি দাসৰ লগতে নিজ বিহালীৰ আঞ্চলিক সদস্য অনিমা হাজৰিকা,বিশ্বনাথ জিলা অনুসূচিত জাতি মৰ্চাৰ সম্পাদক প্ৰণৱ কুমাৰ দাস, ৰাংছালি উন্নয়ন সমিতিৰ সভাপতি চিৰাজ হাজৰিকাকে ধৰি অঞ্চলটোৰ কেইবাজনো সমাজকৰ্মী ।
![বিহালীত বিজেপি অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন Free health camp at Bihali](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-16464184-thumbnail-3x2-bgjhbjbhj.jpg?imwidth=3840)