ETV Bharat / state

অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

author img

By

Published : Jan 17, 2020, 5:18 PM IST

Wild Life Trust Of India আৰু পাকে বন বিভাগৰ মুৰব্বী টানে তাপীৰ তত্ত্বাৱধানত বৰ্তমান পাঁচটা ভালুক পৰ্যবেক্ষণত ৰখা হৈছে । এই CENTRE FOR BEAR REHABELATION And CONSERVATION য়ে ভালুক উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে একমাত্ৰ এই চেণ্টাৰত ।

CBRC PAKKE tiger Reserve
অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

চিজুছা, (অৰুণাচল প্ৰদেশ),১৭ জানুৱাৰী: এচাইটিক ক'লা ভালুক বা হিমালয়ান ক'লা ভালুক উপলব্ধ কেৱল হিমালয়ৰ পাদ দেশত । অৰুণাচল প্ৰদেশৰ চিজুছাস্থিত পাকে ব্যাঘ্ৰ প্ৰকল্পত সংস্থাপিত CENTRE FOR BEAR REHABELATION And CONSERVATION (CBRC) ত বৰ্তমান পাঁচটা এচাইটিক ক'লা ভালুক সংৰক্ষিত অৱস্থাত আছে ৷ এই ভালুক পুনসংস্থাপন প্ৰকল্পৰ সকলো দিশ সামৰি উপস্থাপনৰ চেষ্টা কৰা হৈছে এই প্ৰতিবেদনত ৷

চিজুছা, (অৰুণাচল প্ৰদেশ),১৭ জানুৱাৰী: এচাইটিক ক'লা ভালুক বা হিমালয়ান ক'লা ভালুক উপলব্ধ কেৱল হিমালয়ৰ পাদ দেশত । অৰুণাচল প্ৰদেশৰ চিজুছাস্থিত পাকে ব্যাঘ্ৰ প্ৰকল্পত সংস্থাপিত CENTRE FOR BEAR REHABELATION And CONSERVATION (CBRC) ত বৰ্তমান পাঁচটা এচাইটিক ক'লা ভালুক সংৰক্ষিত অৱস্থাত আছে ৷ এই ভালুক পুনসংস্থাপন প্ৰকল্পৰ সকলো দিশ সামৰি উপস্থাপনৰ চেষ্টা কৰা হৈছে এই প্ৰতিবেদনত ৷

অৰুণাচলত সংৰক্ষণ হিমালয়ান ক'লা ভালুক

লগতে চাওকঃ তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন এছ এছ বিৰ 68 বেটেলিয়ানৰ তৃতীয় প্ৰতিষ্ঠা দিৱস

Intro:চিজুছা, (অৰুণাচল প্ৰদেশ),১৭ জানুৱাৰী: এচাইটিক কলা ভালুক বা হিমালয়ান কলা ভালুক এই প্ৰজাতিৰ ভালুক উপলব্ধ হিমালয়ৰ পাদ দেশত । অৰুণাচল প্ৰদেশৰ চিজুছাস্থিত পাকে ব্যাঘৰ প্ৰকল্পত সংস্থাপিত CENTRE FOR BEAR REHABELATION And CONSERVATION (CBRC) ত বৰ্তমান পাঁচ টা এচাইটিক কলা ভালুক সংৰক্ষণ কৰি ৰাখিছে । প্ৰথম বাৰৰ বাবে আমি ইটিভি ভাৰতে দেখুৱাম কি দৰে এই দুৰ্লভ প্ৰজাতিৰ কলা ভালুক সংৰক্ষণ কৰা হয় ।


Body:Wild Life Trust Of India WTI আৰু পাকে বন বিভাগৰ মুৰব্বী টানে তাপী ৰ তত্ত্বাৱধানত এই পাঁচটা বিভিন্ন ঠাইত সংগ্রহ কৰা ভালুক এইদৰেই পৰ্যবেক্ষণ কৰি ৰখা হৈছে । এই CBRC য়ে ভালুক উদ্ধাৰ কৰি পুনৰ সংস্থাপন কৰে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এক মাত্ৰ এই চেণ্টাৰ । পাকে Tiger ৰিজাৰ্ভ কিছু অংশ অসমৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সংলগ্ন । ইয়াত বৰ্তমানলৈকে ৪৮ এচাইটিক কলা ভালুক পুনৰ সংস্থাপন কৰি মুকলি কৰি আহিছে ।
প্ৰতিটো ভলুকৰ নিজা এটাকৈ নাম আছে সৰুৰে পৰা সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হয় আৰু পিছত ৰেদিও কলাৰ জৰিয়তে জংঘলত অনুকৰণ কৰা হয় আৰু ইয়াৰ বাবে থাকে বিশেষ প্ৰশিক্ষক , এই বিষয়ে আমাক WTI ৰ ভালুকৰ নিৰীক্ষণ ত থকা আয়ুসমান সিং য়ে সমগ্ৰ পদ্ধতিৰ বিষয়ে জানিবলৈ দিয়ে ।
আনহাতে এগৰাকী মহিলা প্ৰশিক্ষক গৱেষক আকাংক্ষা গগৈ য়ে ভিতৰৰ দিশ সমূহ পৰ্যবেক্ষণ কৰে ।
Bite:আকাংক্ষা গগৈ , গৱেষক ।
DL ,WTI Black bear এক্সপাৰ্ট আয়ুসমান সিং ।


Conclusion:প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
১৭/১/২০/২০ /
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.