ETV Bharat / state

অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰা নিৰুদ্দেশ

author img

By

Published : Aug 30, 2022, 1:53 PM IST

এভাৰেষ্ট শৃংগ আৰোহণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্বত আৰোহণকাৰী তাপী মিৰা যোৱা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে (Mountaineer Tapi Mira from Arunachal missing) । এই তথ্য সদৰী কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu) ।

Arunachal CM
Arunachal CM

তেজপুৰ, ৩০ আগষ্ট : এভাৰেষ্ট শৃংগ আৰোহণ কৰা অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্বত আৰোহণকাৰী নিৰুদ্দেশ (first Mounteneer of Arunachal Pradesh missing) । অৰুণাচল প্ৰদেশৰ প্ৰথম পৰ্বত আৰোহণকাৰী তাপী মিৰা যোৱা এসপ্তাহ ধৰি নিৰুদ্দেশ হৈ আছে (Mounteneer Tapi Mira from Arunachal missing) ।

এই তথ্য সদৰী কৰিছে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu) । টুইটাৰযোগে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে জনায় যে পৰ্বতাৰোহীগৰাকী বিগত এসপ্তাহ ধৰি যোগাযোগ বিচ্ছিন্ন হৈ আছে পূব কামেং জিলাৰ kyarisatam নামৰ পৰ্বতৰ সমীপৰ পৰা ।

অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰা নিৰুদ্দেশ
অৰুণাচলৰ পৰ্বতাৰোহী তাপী মিৰা নিৰুদ্দেশ

আনহাতে, মঙলবাৰে পূব কেমেং জিলাৰ জিলা প্ৰশাসনে ভাৰতীয় সেনাৰ হেলিকপ্টাৰৰ সহায়ত সন্ধান অভিযান আৰম্ভ কৰা বুলি এক বিশেষ সূত্ৰত জানিব পৰা গৈছে (rescue operation with army helicopter) । তেওঁৰ লগতে এগৰাকী পৰ্টাৰো নিৰুদ্দেশ হৈ থকা বুলি মুখ্যমন্ত্ৰী খাণ্ডুৱে জনায় ।

উল্লেখ্য, অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ এক ভিতৰুৱা দুৰ্গম অঞ্চলত চলিছিল এই পৰ্বত আৰোহণ (east kameng district of Arunachal) । khyarw নামৰ অঞ্চলৰ পৰা পৰ্টাৰ নিকো দাৱো নিৰুদ্দেশ হৈ আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.