ETV Bharat / state

Fire breakout in Tezpur: বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেবাটাও বাসগৃহ

author img

By

Published : Nov 22, 2022, 10:22 PM IST

Updated : Nov 22, 2022, 10:37 PM IST

তেজপুৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ তিনিটাকৈ বাসগৃহ চকুৰ পচাৰতে জ্বলিল (Fire breakout in Tezpur) ৷ পল'ফিল্ড বামুনগাঁৱত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা

Fire breakout in Tezpur
Fire breakout in Tezpur: বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত কেবাটাও বাসগৃহ
  • তেজপুৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
  • নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে কেইবাটাও বাসগৃহ (Fire breakout in Tezpur)
  • পল'ফিল্ড বামুনগাঁৱত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা
  • মীৰা তালুকদাৰৰ বাসগৃহত সূত্ৰপাত ঘটে অগ্নিকাণ্ডৰ
  • ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় (Cylinder blast in Tezpur)
  • এই অগ্নিকাণ্ডত তিনিটা বাসগৃহ জাহ যায়
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে

Last Updated : Nov 22, 2022, 10:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.