ETV Bharat / state

Ram Prasad Sarmah: বিজেপিৰ ৰাজ্যিক সভাপতিক সমালোচনা প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ

author img

By

Published : Oct 30, 2022, 9:06 PM IST

“মানুহ হিচাবে ভৱেশ কলিতা ভাল ৷ কিন্তু নেতৃত্ব দিব পৰা মানুহ নহয় ভৱেশ কলিতা(MLA Bhabesh Kalita)’’৷ এই মন্তব্য ৰাম প্ৰসাদ শৰ্মাৰ(Ram Prasad Sarmah) ৷

Ram Prasad Sarmah
ৰাজ্যিক বিজেপিৰ সভাপতিক সমালোচনা প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ

তেজপুৰ, ৩০ অক্টোবৰ : এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক(Assam BJP president) সমালোচনা কৰিলে প্ৰাক্তন বিজেপি সাংসদ তথা বৰ্তমানৰ কংগ্ৰেছ নেতা আৰ পি শৰ্মাই ৷ আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক প্ৰাক্তন সংসদগৰাকীয়ে তুলনা কৰিলে কাবুলিৱালাৰ লগত ৷ কিন্তু কিয় ?

“মানুহ হিচাবে ভৱেশ কলিতা ভাল ৷ কিন্তু নেতৃত্ব দিব পৰা মানুহ নহয় ভৱেশ কলিতা(MLA Bhabesh Kalita)’ - একালৰ বিজেপি নেতা ৰাম প্ৰসাদ শৰ্মাই মুখত এতিয়া এনেধৰণৰ বিজেপি বিৰোধী কথা (Ram Prasad Sarmah criticises BJP) ৷

আগন্তুক লোকসভা নিৰ্বাচনত(Lok Sabha Election 2024) ১৪ খন আসনৰ ভিতৰত ১৪ খন আসনতেই বিজেপিয়ে জয়লাভ কৰাৰ পৰিকল্পনা তথা ৰাজ্যিক সভাপতিয়ে কৰা দাবীৰ উত্তৰ দিবলৈ গৈ প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী নেতা আৰ পি শৰ্মাই ভৱেশ কলিতা সভাপতি হিচাবে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে ৷

আনকি ৰাম প্ৰসাদ শৰ্মাই পৰামৰ্শও আগবঢ়ালে এনেদৰে - ‘‘Be a leader, Invited people to follow you. গতিকে দলত বছ হৈ লাভ নাই’’ ৷ ১৪ খন আসন জয়ৰ কথা কোৱা অসম বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৰঙিয়া সমষ্টিতে দলৰ অৱস্থা থৰক-বৰক বুলি উল্লেখ কৰে আৰ পি শৰ্মাই(EX MP RP Sharma)৷

ইফালে, ৰাজ্য চৰকাৰ তথা শিক্ষা বিভাগে গ্ৰহণ কৰা শেহতীয়া সিদ্ধান্তক হঠকাৰী আখ্যা দি আৰ পি শৰ্মাই কাবুলিৱালাৰ লগত ৰজিতা খুৱালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক (Education Minister Ranoj Pegu)৷ ৰণোজ পেগুক ৰজিতা খুৱালে সুতখোৰ কাবুলিৱালাৰ লগত (RP Sharma criticised minister Ranoj Pegu)৷

চৰকাৰী বিদ্যালয়লৈ আগবঢ়োৱা অনুদান উন্নয়নমূলক কামৰ অন্তত বিদ্যালয়ে সুতসহ নিৰ্দিষ্ট টকা চৰকাৰৰ ৰাজকোষলৈ ঘূৰাই দিবলৈ কোৱাত আৰ পি শৰ্মাই চৰকাৰ, শিক্ষা বিভাগ তথা শিক্ষামন্ত্ৰীক(Assam education minister) সমালোচনা কৰি কাবুলিৱালাৰ ভূমিকা ত্যাগ কৰিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক (Return of unused funds Assam school) ৷

লগতে পঢ়ক : Deuri Autonomous Council Election : দলবিৰোধী কাৰ্যৰ বাবে ৭ কৰ্মকৰ্তাক বহিষ্কাৰ বিজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.