ETV Bharat / state

ৰঙাপৰা গোদামঘাটত EVMৰ বিসংগতি - ইভিএম বিসংগতি

কেন্দ্ৰটোত পলমকৈ আৰম্ভ ভোটগ্ৰহণ কাৰ্য ।

ৰঙাপৰা গোদামঘাটত EVM ৰ বিসংগতি
author img

By

Published : Apr 11, 2019, 12:23 PM IST

ৰঙাপৰা, 11 এপ্ৰিল : তেজপুৰ সমষ্টিৰ ৰঙাপৰা গোদামঘাট মিৰিৰ ভোটকেন্দ্ৰত বিসংগতি ৷ ভোটকেন্দ্ৰটোত EVM বিকল হৈ পৰাৰ ফলত পলমকৈ আৰম্ভ ভোটগ্ৰহণ কাৰ্য ৷ EVMৰ বিসংগতিত ক্ষুব্ধ ৰাইজ৷

ৰঙাপৰা গোদামঘাটত EVM ৰ বিসংগতি

ৰঙাপৰাৰ গোদামঘাট মিৰি 104 নং ভোটগ্ৰহণ ৰাতিপুৱাই বিকল হৈ পৰে EVM ৷ যাৰ ফলত ভোটগ্ৰহণ কেন্দ্ৰটোত ব্যাহত হৈ পৰে ভোটদান প্ৰক্ৰিয়া । ৰাইজৰ অভিযোগ অনুসৰি, কেন্দ্ৰটোৰ EVMত কংগ্ৰেছ প্ৰাৰ্থীলৈ প্ৰদান কৰা ভোট হোৱা নাছিল পঞ্জীয়ন ৷ এই ঘটনাত ক্ষুব্ধ হৈ পৰা জনসাধাৰণৰ আক্ৰোশৰ পাচতেই EVM পুনৰ পৰীক্ষণ কৰি আৰম্ভ কৰা হয় ভোটদান কাৰ্য৷

Intro:ৰঙাপৰাৰ গোদামঘাট মিৰিত ভোটকেন্দ্ৰত বিসংগতিঃ পলমকৈ ভোটদান আৰম্ভঃ ক্ষুব্ধ ৰাইজ।Body:ৰঙাপৰাঃ শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত গোদামঘাট মিৰিৰ ১০৪ নং কেন্দ্ৰত ই ভি এম মেচিন বিকল হয়। ই ভি এমটো বিসংগতি হোৱাত ভোটাৰ ৰাইজ ক্ষুব্ধ হৈ পৰে। মেচিনত থকা কংগ্ৰেছ দলৰ 'হাত'ৰ চিনৰ বুটাম টিপ নোখোৱাত পৰিপ্ৰেক্ষিতত এনে পৰিস্থিতিৰ সৃষ্টি হয়। এ ভি এম মেচিনটো বিসংগতি হোৱাত ভোটদান প্ৰক্ৰিয়া স্থৱিৰ হৈ পৰে। পৰৱৰ্তী সময়ত এ ভি এম মেচিনটো ভাল হোৱাত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.