ETV Bharat / state

জীয়া ভৰলীৰ পাৰত অবৈধ বাংলাদেশী !

জীয়া ভৰলীৰ পাৰত অবৈধ বাংলাদেশী ৷ যাৰ বাবে ঘটনা সন্দৰ্ভত শনিবাৰে জামুগুৰিহাটৰ প্ৰায় সাতটা জাতীয় সংগঠনে শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে ৷

জীয়া ভৰলীৰ পাৰত অবৈধ বাংলাদেশী !
author img

By

Published : Sep 7, 2019, 10:15 PM IST

তেজপুৰ,7 আগষ্টঃ শোণিতপুৰৰ জীয়া ভৰলী নদীৰ পাৰৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত বেদখল ৷ সন্দেহযুক্ত অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ দ্বাৰা এলেকা বেদখলৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ বাবে ঘটনা সন্দৰ্ভত শনিবাৰে জামুগুৰিহাটৰ প্ৰায় সাতটা জাতীয় সংগঠনে শোণিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ কৰে । আনহাতে, ঘটনা সন্দৰ্ভত ন-দুৱাৰ চক্ৰ বিষয়াক চৰ জমিন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰে । লগতে সংগঠন সমূহে শীঘ্ৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্যায়ত আন্দোলন গঢ়ি তুলিব বুলি ভাবুকি দিয়ে ।

Intro:তেজপুৰ,৭আগষ্ট: শোণিতপুৰ জিলাৰ জীয়া ভৰলী নদীৰ পাৰৰ ন - দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত
এক ভয়ংকৰ বেদখল কাহিনী পোহৰলৈ আহিছে ।
সন্দেহ যুক্ত অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ দ্বাৰা এই এলেকাত বেদখল ৰ ঘটনাৰ বাবে জামুগুৰিহাটৰ প্ৰায় সাতটা জাতীয় সংগঠনে আজি শোণিতপুৰ জিলা উপযুক্ত ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Body:এই অঞ্চলত বসবাস কৰা থলুৱা লোকৰ জীৱনৰ বাবে এতিয়া সংশয় হৈ পৰিছে ।ছাত্র সংগঠন সমূহে দাবী কৰে যে অবৈধ বাংলাদেশী অনুপ্ৰৱেশৰ লোক এই অঞ্চলত একাংশ সুবিধা বাদী লোকৰ সহায়ত এইদৰে বাস কৰিবলৈ আৰম্ভ কৰিছে ।
Bite: বিশ্বজিত কলিতা , এ জে ৱাই চি পি
Bite: আছু ।
Bite : আছা ।
আনহাতে শোণিতপুৰ জিলাৰ উপায়ুক্ত ক এই ঘটনাৰ বাবে প্ৰশ্ন কৰাত কয় যে ন- দুৱাৰ চক্ৰ বিষয়া ক ঘটনা সন্দৰ্ভত চৰ জমিন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।

Conclusion:কিন্ত এই সংগঠন সমূহে অতি সোনকালে জিলা প্ৰশাসনে শীঘ্ৰে এক ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী পৰ্যায়ত তীব্ৰ আন্দোলনৰ ভাবুকি দিয়ে ।
Bite: নৰসিং পৱাৰ , উপায়ুক্ত ।
জিলা উপায়ুক্ত নৰসিং পৱাৰে জনায় সমগ্ৰ ঘটনা চাব জুডিচিয়েছ পৰ্যায়ত আছে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ।
৭/৯/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.