ETV Bharat / state

ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

author img

By

Published : May 16, 2022, 4:51 PM IST

Updated : May 16, 2022, 8:03 PM IST

ৰাজ্যত পুনৰ ভূঁইকপৰ জোকাৰণি (Earthquake in Assam) ৷ বিয়লি 3:22 বজাত অনুভূত হয় এই ভূঁইকপৰ জোকাৰণি । ৰিখটাৰ স্কেলত 3.9 প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য ৷

earthquake-in-assam
ৰাজ্যত 3.9 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত

তেজপুৰ, 16 মে : ৰাজ্যত পুনৰ ভূঁইকপৰ জোকাৰণি (Earthquake in Assam) ৷ সোমবাৰে বিয়লি 3:22 বজাত অনুভূত হয় এই ভূঁইকপৰ জোকাৰণি । ইয়াৰ প্ৰাৱল্য আছিল 3.9 ৰিখটাৰ স্কেল । মেটেৰিঅ'লজিকেল বিভাগীয়(IMD) তথ্য অনুসৰি ইয়াৰ কেন্দ্ৰস্থল নগাঁও জিলা আৰু ইয়াৰ গভীৰতা ৫৫ কিলোমিটাৰ বুলি অনুমান কৰা হৈছে । উল্লেখযোগ্য যে, দেওবাৰে নিশাও ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু তাৰ উৎপত্তি স্থল আছিল মেঘালয় ।

লগতে পঢ়়ক : বৃহৎ ভূমিকম্পই কঁপাব নেকি অসম ?

Last Updated : May 16, 2022, 8:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.