ETV Bharat / state

ঢেকিয়াজুলিত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি - দুৰ্নীতি

শোণিতপুৰৰ বৰচলা আৰু ঢেকিয়াজুলি বিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ নামত পথ নিৰ্মাণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত হৈছিল ৩৩ কোটি টকা ৷ এই পথ নিৰ্মাণতে বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ঠিকাদাৰ গৰাকীয়ে কাম লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ৷

পথ নিৰ্মাণৰ ব্যাপক দুৰ্নীতি
author img

By

Published : Mar 25, 2019, 12:04 AM IST

শোনিতপুৰ,24 মাৰ্চঃভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূণ্য সহশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল মিত্ৰজোঁট চৰকাৰৰ এগৰাকী বিধায়কৰ পৃষ্ঠপোষকতাত চলিছে পথ নিৰ্মাণত বিয়াগোম দুৰ্নীতি ৷ অভিযোগ অনুসৰি,শোণিতপুৰৰ বৰচলা আৰু ঢেকিয়াজুলিবিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত শ্বহীদ হোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ নামত পথ নিৰ্মাণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত হৈছিল ৩৩ কোটি টকা ৷ এই পথ নিৰ্মাণতে বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ঠিকাদাৰ গৰাকীয়ে কাম লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশই ৷ বিধায়ক সিংঘলৰ ঘনিষ্ঠ হোৱাৰ বাবেই বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি পথ নিৰ্মাণত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণত নিয়োজিত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে ৷

পথ নিৰ্মাণৰ ব্যাপক দুৰ্নীতি

সোণোৱাল চৰকাৰে বীৰ শ্বহীদ সকলৰ বীৰত্ব আৰু ত্যাগৰ ফলস্বৰূপে তেওঁলোকৰ স্মৃতি বিজড়িত কৰি ৰখাৰ স্বাৰ্থত বীৰ শ্বহীদ নামেৰে নামাকৰণ কৰি এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰিছে তেনে সময়তে অৰ্থলোভী বিধায়কগৰাকীয়ে দুৰ্নীতি পৰায়ণ ঠিকাদাৰ বুৰ্চ্ছাৰ জৰিয়তে অৰ্থ সংগ্ৰহত ব্যস্ত থকা কাৰ্যৰ ফল অনাগত সময়ত ভুগিব লাগিব বুলিও সাধাৰণ ৰাইজে কয় ৷ কেৱল বেপৰুৱা মনোবৃত্তিৰ বিধায়ক সিংঘলে শেহতীয়াকৈ বীৰ শ্বহীদ সকলৰ নামত আবণ্টিত ধন আত্মসাৎ কৰা কাৰ্যই বিজেপি চৰকাৰৰ শূণ্য সহনশীল নীতিক পোনচাটেইনস্যাৎ কৰিছে ৰাইজে ৷

Intro:
তেজপুৰত শ্বহীদৰ পথ নিৰ্মাণত দুৰ্নীতি জড়িত বিধায়ক সিংঘাল ।

V/0- ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে শূণ্য সহশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল মিত্ৰজোঁট চৰকাৰ খনৰ এগৰাকী বিধায়কৰ পৃষ্ঠপোষকতাত চলিছে পথ নিৰ্মানত ব্যাগোম দূনীতি ৷ প্ৰকাশিত খবৰ অনুসৰি শোনিতপুৰ জিলাৰ বৰচলা আৰু ঢেকিয়াজুলী বিধান সভা সমষ্টিত ভাৰত ত্যাগ আন্দোলনত দেশৰ হকে প্ৰান আহুতি দিয়া বীৰ শ্বহীদ সকলৰ নামত ৰাজ্য চৰকাৰৰ পৰা আবণ্টিত ৩৩ কোটি টকাৰ ১৩ গৰাকী বীৰ শ্বহীদৰ নামত একাধিক পথ নিৰ্মানত বিধায়ক সিংঘলৰ ঘনিষ্ঠ দিপক বুৰ্চ্ছা নামৰ ধুৰন্ধৰ ঠিকাদাৰ গৰাকীয়ে লাভ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷কেৱল বহুবল্কী বিধায়ক সিংঘলৰ ঘনিষ্ঠ হোৱাৰ সোৱাদতে বিভাগীয় কতৃপক্ষক মেনেজ কৰি পথনিৰ্মানত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মানত নিয়োজিত হৈ থকাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ মন কৰিবলগা বিষয়টো হ’ল যে সোনোৱাল চৰকাৰে বীৰ শ্বহীদ সকলৰ বীৰত্ব আৰু ত্যাগৰ ফলস্বৰুপে তেঁওলোকৰ স্মৃতি বিজড়িত কৰি ৰখাৰ স্বাৰ্থত বীৰ শ্বহীদ নামেৰে নামাকৃৰ্ত কৰি এক দীৰ্ঘ ম্যাদী প পৰিকল্পনা কৰিছে তেনে সময়তে অৰ্থ লোভী বিধায়ৰ গৰাকীয়ে দূনীতি পৰায়ন ঠিকাদাৰ বুচ্ছাৰ জৰিয়তে অৰ্থ সংগ্ৰহত ব্যস্ত থকা কাৰ্যৰ ফল অনাগত সময়ত ভোগিব লাগিব বুলিও সাধাৰন ৰাইজে জানিব দিয়ে ৷ নাহৰবাৰী তিনিআলিৰ পৰা খহুলীবাৰী সংযোগী পথটোৰ সংলগ্ন কালৰ্ভাট নিৰ্মানত সংঘটিত হোৱা দূনীতিৰ বাবে স্থানীয় একাংশ লোকৰ লগতে বহু কেইটা দল সংগঠনৰ প্ৰতিবাদৰ সন্মূখীন হৱ লগীয়াও হৈছিল ৷ ইমানৰ পিছটো বিধায়ক সিংঘালৰ আশীৰ্বাদ পুষ্ট বুচ্ছায়ে স্থানীয় ৰাইজ কিম্বা দল সংগঠনৰ প্ৰতিবাদক তিল মানো গুৰুত্ব নিদি নিজৰ খেয়াল খুছি মতে অতি নিম্ন মানৰ সামগ্ৰীৰে পথ নিৰ্মান কৰি যোৱা কাৰ্যই সোনোৱাল চৰকাৰৰ দুমুখীয়া চৰিত্ৰকে উদঙাই দিয়া পৰিলক্ষিত হৈছে ৷ উল্লেখনীয় বিষয়টো হ’ল যে সোনোৱাল চৰকাৰৰ বহুবল্কী বিধায়ক অশোক সিংঘলে বিভিন্ন সময়ত ৰাজহুৱা সভাত দিঙিৰ সিৰ ফুলাই ভাষন প্ৰসঙ্গত আমাৰ চৰকাৰে দূনীতিৰ বিৰুদ্ধে শূণ্য সহনশলীলতা অবলম্বন কৰিছে বুলে ফুলজাৰি মাৰি অহাৰ সমান্তৰালকৈ জাতীয় বীৰ শ্বহীদৰ নামত আবণ্টিত পথ নিৰ্মানৰ ধন তেওঁৰ একাংশ চালা চামুণ্ডাৰ জৰিয়তে আত্মসাৎ কৰা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ কেৱল বেপেৰুৱা মনোবৃত্তিৰ বিধায়ক সিংঘলে শেহতীয়াকৈ বীৰ শ্বহীদ সকলৰ নামত আবণ্টিত ধন প্ৰকান্তৰে আত্মসাৎ কৰা কাৰ্যই বিজেপি চৰকাৰৰ শূণ্য সহনশীলত নীতিক পোনচাতে নস্যাৎ কৰাৰ অভিযোগ উঠিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি সমষ্টিটো শ্বহীদৰ নামত আবণ্টিত বহু কেইটা পথ নিৰ্মানৰ আবণ্টন লাভ কৰা সিংঘলৰ ঘনিষ্ঠ ঠিকাদাৰ বুৰ্চ্ছায়ে ৪২ ৰ বীৰ শ্বহীদ সৰু নাথ ছোতীয়াৰ নামত নামাকৃত নাহৰবাৰী তিনিআলিৰ পৰা খলহুবাৰী সংযোগী পথ চোৱাৰ কামো বৰ্তমান পৰ্যন্ত কোনো ধৰনৰ অগ্ৰগতি লাভ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে সমাগত বাৰিষা ! বাৰিষাৰ পূৰ্বে এই পথ চোৱা কাম সম্পূৰ্ণ নহলে জীয়াতু ভুগিব লাগিব বৃহত্তৰ অঞ্চলৰ ৰাইজ৷ ৷ আশ্বৰ্যজনক বিষয়টো হ’ল বীৰ শ্বহীদ সৰুনাথ ছোটীয়া নামৰে নামাকৃৰ্ত এই পথটো নিৰ্মান কাৰ্যত সংঘটিত হোৱা ব্যাপক কেলেংকৰীৰ বাবে বিগত সময়ত স্থানীয় ৰাইজ তথা দল সংগঠনে বহু বাৰ প্ৰতিবাদৰ সন্মূুখীন হোৱাৰ পিচতো উদ্ধতন কতৃপক্ষই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহনৰ পৰা বিৰত থকা কাৰ্যই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

অমল নাথ, ঢেকিয়াজুলি ।Body:

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.