ETV Bharat / state

শোণিতপুৰ বৰছলাত পথ নিৰ্মানত প্ৰভুৰ লুণ্ঠন

বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোটপাৰাৰ পৰা পলাশপথাৰ সংযোগী গড়কাপ্তানী পথটো প্ৰায় কেইবা কোটি টকা ব্যয় সাপেক্ষে পি এম জি এছ ওৱা ইৰ অধীনত প্ৰভাৱশালী ঠিকাদাৰ প্ৰভূৱে কেইবছৰ মান পূৰ্বে নিৰ্মানৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু আঁচনি অনুযায়ী কাম নকৰি আধাতে পথ নিৰ্মানৰ কাম সামৰিলে ঠিকাদাৰ প্ৰভুৱে ৷

শোনিতপুৰ বৰছলাত পথ নিৰ্মানত প্ৰভুৰ লুণ্ঠন
author img

By

Published : May 12, 2019, 10:07 PM IST

বৰছলা, 12 মে’: শোণিতপুৰৰ বৰছলাত পথ নিৰ্মানত দূনীতি ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰৰে পথ আৰু দলং নিৰ্মান ৷ নিৰ্মিয়মান অবস্থাতে খহিল দলং ৷ দূনীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল চৰকাৰৰ একাংশ মন্ত্ৰী-বিধায়কৰ অতি ঘনিষ্ট প্ৰভাৱশালী এজন ঠিকাদাৰৰ পথ-দলং নিৰ্মানত সংঘটিত কৰা দূনীতিয়ে সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷ শোণিতপুৰ জিলাৰ বৰছলাত পিএমজিএছওৱাইৰ অধিনত নিৰ্মান হোৱা দলঙত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি অনিয়ম সংঘটিত কৰাত দুবাৰকৈ খহিল পকী দলং৷ আনহাতে পথটো নিৰ্মানৰ সময়ত চাইড বাম আদি নিদিয়াত পথটোৰ একাংশ অংশও এতিয়া বিধ্বস্ত হৈ পৰিছে ৷ গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাক মেনেজ কৰি প্ৰভূ আগৰৱালা নামৰ এজন ঠিকাদাৰে চলালে অবাধ লুণ্ঠন বুলি অভিযোগ তুলিছে ৰাইজে৷

লগতে পঢ়ক: 'সোণ'- ভাৰতীয়ৰ আৰ্থিক অৱস্থা আৰু নিৰাপত্তাৰ মাপকাঠি

বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোটপাৰাৰ পৰা পলাশপথাৰ সংযোগী গড়কাপ্তানী পথটো প্ৰায় কেইবা কোটি টকা ব্যয় সাপেক্ষে পিএমজিএছওৱাইৰ অধিনত প্ৰভাৱশালী ঠিকাদাৰ প্ৰভূৱে কেইবছৰ মান পূৰ্বে নিৰ্মানৰ ঠিকা লাভ কৰিছিল ৷ আঁচনি অনুযায়ী কাম নকৰি আধাতে পথ নিৰ্মানৰ কাম সামৰিলে ঠিকাদাৰে৷ উক্ত পথ নিৰ্মানৰ লগত সংলগ্ন এখন দলং নিৰ্মানত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱা বাবে দলং খনৰ মাজ ভাগতে দুবাৰকৈ খহি এতিয়া মৰণফান্দত পৰিণত হৈছে ৷ যাৰ ফলত পথচোৱাৰে যাতায়ত কৰাত অসূবিধাৰ সৃষ্টি হৈছে৷ ইপিনে উক্ত পথটো কেইবাটাও কালভাৰ্ট আৰু দুখন দলং নিৰ্মানৰ আঁচনি খনত আছিল যদিও ঠিকাদাৰ জনে লুণ্ঠনৰ স্বাৰ্থত আঁচনি অনুসৰি কালভাৰ্ট আৰু দুখন দলং নিৰ্মান নকৰি পৰ্বতসম দুৰ্নীতি সংঘটিত কৰা বাবে দলং খহি যোৱাৰ ঘটনা সংঘটিত হৈছে ৷

শোনিতপুৰ বৰছলাত পথ নিৰ্মানত প্ৰভুৰ লুণ্ঠন

আনহাতে পিএমজিএছওৱাইৰ উক্ত পথটো এশ মিটাৰ দৈঘ্যৰ পথ বৰ্তমানো নিৰ্মান নকৰিলে ঠিকাদাৰে৷ ভোটপাৰা-পলাশপথাৰ সংযোগী পথ নিৰ্মানত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ অভিযোগ তুলি আজি স্থানীয় শতাধিক ৰাইজ ওলাই আহি গড়কাপ্তানী বিভাগ আৰু ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:শোনিতপুৰত প্ৰভুৰ লুণ্ঠন ৷
শোনিতপুৰৰ বৰছলাত পথ নিৰ্মানত দূনীতি ৷ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰে পথ _ দল’ নিৰ্মান ৷ নিৰ্মিয়মান অবস্থাতে খহিল দলং ৷

ঃদূনীতি ভ্ৰষ্টাচাৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল চৰকাৰৰ একাংশ মন্ত্ৰী -বিধায়কৰ অতি ঘনিষ্ট প্ৰভাৱশালী এজন ঠিকাদাৰৰ পথ-দলং নিৰ্মানত সংঘটিত কৰা এক দূনীয়ে সৰ্বসাধাৰন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৷শোণিতপুৰ জিলাৰ বৰছলাত পিএমজিএছওৱাইৰ অধিনত নিৰ্মান হোৱা দলংত নিম্নমানত অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি অনিয়ম সংঘটিত কৰাত দুবাৰকৈ খহিল পকী দলং৷ আনহাতে পথটো নিৰ্মানৰ সময়ত চাইড বাম আদি নিদিয়াত পথটোৰ একাংশ অংশও এতিয়া বিধ্বস্ত হৈ পৰিছে ৷গড়কাপ্টানী বিভাগৰ বিষয়া-অভিযন্তাক মেনেজ কৰি প্ৰভূ আগৰৱালা নামৰ এজন ঠিকাদাৰে চলালে অবাধ লুণ্ঠন বুলি অভিযোগ তুলিছে ৰাইজে৷ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ভোটপাৰাৰ পৰা পলাশপথাৰ সংযোগী গড়কাপ্টানী পথটো প্ৰায় কেইবা কোটি টকা ব্যয় সাপেক্ষে পিএমজিএছওৱাইৰ অধিনত প্ৰভাৱশালী ঠিকাদাৰ প্ৰভূৱে কেইবছৰ মান পূৰ্বে নিৰ্মানৰ ঠিকা লাভ কৰিছিল৷কিন্তু আঁচনি অনুযায়ী কাম নকৰি আধাতে পথ নিৰ্মানৰ কাম সামৰিলে৷ উক্ত পথ নিৰ্মানৰ লগত সংলগ্ন এখন দলং নিৰ্মানত ব্যাপক অনিয়মৰ আশ্ৰয় লোৱা বাবে দলং খনৰ মাজ ভাগতে দুবাৰকৈ খহি এতিয়া মৰণফান্দত পৰিনত হৈছে৷যাৰ ফলত পথচোৱাৰে যাতায়ত কৰাত অসূবিধাৰ সৃষ্টি হৈছে৷ ইপিনে উক্ত পথটো কেইবাটাও কালভাৰ্ট আৰু দুখন দলং নিৰ্মানৰ আঁচনি খনত আছিল যদিও ঠিকাদাৰ জনে লুণ্ঠনৰ স্বাৰ্থত আঁচনি অনুসৰি কালভাৰ্ট আৰু দুখন দলং নিৰ্মান নকৰি পৰ্বতসম দুৰ্নীতি সংঘটিত কৰা বাবে দলং খহি যোৱাৰ ঘটনা সংঘটিত হৈছে৷আনহাতে পিএমজিএছওৱাইৰ উক্ত পথটো এশ মিটাৰ দৈঘ্যৰ পথ বৰ্তমানো নিৰ্মান নকৰিলে ঠিকাদাৰে৷ ভোটপাৰা -পলাশপথাৰ সংযোগী পথ নিৰ্মানত সংঘটিত হোৱা বিয়াগোম দুৰ্নীতিৰ অভিযোগ তুলি আজি স্থানীয় শতাধিক ৰাইজ ওলাই আহি গড়কাপ্টানী বিভাগ আৰু ঠিকাদাৰ প্ৰভূ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷পথ নিৰ্মানত দুৰ্নীতি সংঘটিত কৰা প্ৰভূৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰক ,গড়কাপ্টানী মন্ত্ৰী হায় হায়,দুৰ্নীতিৰ তদন্ত কৰক,দুৰ্নীতি-অনিয়ম বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে৷
অমল নাথ, ঢেকিয়াজুলি ।Body:শোনিতপুৰত প্ৰভুৰ লুণ্ঠন ৷

অমল নাথ, ঢেকিয়াজুলি ।Conclusion:শোনিতপুৰত প্ৰভুৰ লুণ্ঠন ৷

অমল নাথ, ঢেকিয়াজুলি ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.