ETV Bharat / state

প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

author img

By

Published : Sep 1, 2020, 10:19 AM IST

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷ প্ৰণৱ মূখাৰ্জীৰ মৃত্যুৰ লগতে দেশে এগৰাকী বিদ্যান ব্যক্তিক হেৰুৱালে বুলি মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Conrad Changma mourns the death of ex president Pranab Mukharjee
প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

তেজপুৰ, 1 ছেপ্তেম্বৰঃ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ৷ প্ৰণৱ মূখাৰ্জীৰ মৃত্যুৰ লগতে দেশে এগৰাকী বিদ্যান ব্যক্তিক হেৰুৱালে বুলি মন্তব্য কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেখেতে আৰু কয়, 'মোৰ পিতৃ প্ৰয়াত পি এ চাংমাই সকলো সময়তেই তেওঁৰ সৈতে নম্ৰভাৱে কথা বতৰা পাতিছিল আৰু তেখেতক প্ৰখৰ দক্ষতা থকা ৰাজনীতিকৰ উপৰিও এগৰাকী দক্ষ প্ৰশাসক বুলিও অভিহিত কৰিছিল’ ৷

উল্লেখ্য যে, সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ কিছুদিন পূৰ্বে এক জটিল মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল প্ৰণৱ মূখাৰ্জীৰ আৰু তেতিয়াৰ পৰাই ক'মাত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ৷

লগতে পঢ়ক-আজি সম্পন্ন হ'ব প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জীৰ অন্তোষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.