ETV Bharat / state

তেজপুৰত কানাড়া বেংকৰ ৪১ টা শাখাৰ পৰ্যালোচনা সভা - ৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যালোচনা

তেজপুৰত কানাড়া বেংকৰ অসম-অৰুণাচলৰ মুঠ ৪১ টা শাখাৰ পৰ্যালোচনা সভা ৷ শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শীৰ্ষ মহলাৰ পৰ্যালোচনা সভাখন অনুষ্ঠিত হৈছে ৷

তেজপুৰত কানাড়া বেংকৰ ৪১ টা শাখাৰ পৰ্যালোচনা সভা
author img

By

Published : Aug 17, 2019, 6:20 PM IST

তেজপুৰ,১৭আগষ্টঃ কানাড়া বেংক আঞ্চলিক কাৰ্যালয় তেজপুৰে শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শীৰ্ষ মহলাৰ পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে ৷ উজনি অসমৰ মুঠ ৪১ টা শাখাৰ প্ৰৱন্ধকসকলক লৈ অসমৰ ১৩ খন জিলাক সামৰি ৩৩ টা শাখা আৰু অৰুণাচল প্ৰদেশৰ ৬ খন জিলাৰ ৮ টা শাখাৰ প্ৰৱন্ধকৰ মাজত এই পৰ্যালোচনা অনুষ্ঠিত হয় ৷ ইপিনে এই সভাত মুখ্য অতিথি হিচাপে গুৱাহাটী চক্ৰৰ সহকাৰী মহাপ্ৰৱন্ধক মনোজ কুমাৰ দাস আৰু তেজপুৰ আঞ্চলিকৰ সহকাৰী মহা প্ৰৱন্ধক এচ কে ডাৰৱালে অংশ গ্ৰহণ কৰি বিভিন্ন বিষয়ৰ আসোঁৱাহ সমূহ পৰ্যালোচনা কৰে ৷ বৈঠকত বিভিন্ন প্ৰৱন্ধকৰ পৰা লোৱা পৰামৰ্শসমূহ চক্ৰ আৰু ক্ষেত্ৰসমূহলৈ পঠোৱাৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত পৰ্যালোচনাৰ বাবে প্ৰেৰণ কৰা হ'ব বুলি আঞ্চলিক প্ৰৱন্ধক এচ কে ডাৰৱালে সাংবাদিকৰ আগত ব্যক্ত কৰে ৷

Intro:তেজপুৰত কানাড়া বেংকৰ অসম অৰুনাচলৰ মুঠ ৪১ টা শাখাৰ পৰ্যালোচনা সভা ৷

তেজপুৰ,১৭আগষ্ট : কানাড়া বেংক আঞ্চলিক কাৰ্যালয় তেজপুৰে আজিৰে পৰা দুদিনিয়া কাৰ্যসূচীৰে শীৰ্ষ মহলাৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ৷
উজনি অসমৰ শাখাৰ মুঠ ৪১ টা শাখাৰ প্ৰৱন্ধকক লৈ অসমৰ ১৩ খন জিলাক সামৰি ৩৩ টা শাখা আৰু অৰুনাচল প্ৰদেশৰ ৬ খন জিলাৰ ৮ টা শাখাৰ প্ৰৱন্ধকৰ মাজত এই পৰ্যালোচনা অনুষ্ঠিত হয় ৷
Body:সভাত মুখ্য অতিথি হিচাবে সহকাৰী মহা প্ৰৱন্ধক গুৱাহাটী চক্ৰৰ মনোজ কুমাৰ দাস আৰু তেজপুৰ আঞ্চলিকৰ সহকাৰী মহা প্ৰৱন্ধক এচ কে ডাৰৱালে অংশ গ্ৰহন কৰি বিভিন্ন বিষয়ৰ আসোৱাহ সমূহ পৰ্যালোচনা কৰে ৷
Conclusion:বৈঠকত বিভিন্ন প্ৰৱন্ধকৰ পৰা লোৱা পৰামৰ্শ সমূহ চক্ৰ আৰু ক্ষেত্ৰ সমূহলৈ পঠোৱাৰ পিছত ৰাষ্টীয় পৰ্যায়ত পৰ্যালোচনাৰ বাবে প্ৰেৰন কৰা হৱ বুলি আঞ্চলিক প্ৰৱন্ধক এচ কে ডাৰৱালে জানিবলে দিয়ে ৷

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৭/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.