ETV Bharat / state

অৰুণাচলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত - টাৱাঙ

অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পি টি এছ অ,সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ এখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত দুজন লোক গুৰুতৰ ভাৱে আহত হয় ৷

অৰুণাচলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Sep 15, 2020, 9:05 PM IST

তেজপুৰ,১৫ ছেপ্টেম্বৰ : অৰুণাচল প্ৰদেশৰ টাৱাঙৰ পি টি এছ অত মঙলবাৰে সীমান্ত পথ সুৰক্ষা সংগঠনৰ ১২০ আৰ চি চিৰ অস্থায়ী কৰ্মী কঢ়িয়াই নিয়া এখন ট্ৰাক সীমান্তৰ পেনগাটেংত দুৰ্ঘটনা গ্ৰস্ত হয় ৷ এই দুৰ্ঘটনাত দুজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

অৰুণাচলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
অৰুণাচলত সীমান্ত পথ নিৰ্মাণ সংস্থাৰ কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
জানিব পৰা মতে মুঠ ১৩ জন কৰ্মী কঢ়িয়াই নিয়া বাহন খনৰ পৰা আটাই কেইজন লোক ওলাই বাগৰি পৰে পথত । জানিব পৰা মতে লোকসকল টাৱাঙৰ পৰা সীমান্ত পথ নিৰ্মাণৰ কাম কৰিবলৈ গৈ আছিল । দুৰ্ঘটনাটোত ১৩ জন লোক আছিল তাৰ ভিতৰত ১১ গৰাকী মহিলা আৰু দুজন পুৰুষ । স্থানীয় বি আৰ অ ৰ 125 আৰ চি চিৰ সহযোগিতাত টাৱাঙৰ জিলা চিকিৎসালয় লৈ প্ৰেৰণ কৰে যদিও ২ জনৰ অৱস্থা সংকতজনক বুলি জানিবলৈ দিয়ে সংগঠনৰ সভাপতি লেকি চেৰিং য়ে ।অভিযোগ অনুসৰি সীমান্তলৈ বি আৰ অৰ অস্থায়ী কৰ্মী কঢ়িয়াই নিয়া বাহন সমূহত কোনো ধৰণৰ ৰো'প লগোৱা নাথাকে যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ বুলি লেকি চেৰিং য়ে কয় ।

লগতে চাওকঃ ভাৰত-চীন সীমান্তৰ ওলমা দলং উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.