ETV Bharat / state

বিশ্বনাথৰ গহপুৰত গ্ৰেপ্তাৰ অভিযুক্ত চোৰাং চিকাৰী

আৰক্ষীৰ প্ৰকাশিত সূত্ৰ অনুসৰি, যোৱা 5 নৱেম্বৰত আৰক্ষীয়ে আটক কৰা পবিত্ৰ নামৰ চোৰাং চিকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই চোৰাং চিকাৰীটোক ৷

চোৰাং চিকাৰত অভিযুক্ত এজনক আটক
author img

By

Published : Nov 16, 2019, 2:40 PM IST

বিশ্বনাথ, 16 নৱেম্বৰ: চোৰাং চিকাৰৰ লগত জৰিত থকাৰ অভিযোগত বিশ্বনাথৰ গহপুৰত গ্ৰেপ্তাৰ এজন ৷

আজি পুৱতি নিশা প্ৰায় 3 বজাত গহপুৰ হাৱাজানৰ আৰক্ষী বিষয়া নিপন শইকীয়া আৰু বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজু গগৈৰ তৎপৰতাত এক অভিযান চলাই এজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ প্ৰকাশিত সূত্ৰ অনুসৰি, যোৱা 5 নৱেম্বৰত আৰক্ষীয়ে আটক কৰা পবিত্ৰ নামৰ চোৰাং চিকাৰীজনক সোধপোছ কৰাত আজিৰ আটকাধীন চোৰাং চিকাৰীজনৰ নাম উল্লেখ কৰে ৷

চিকাৰী বুলি অভিযুক্ত এজনক আটক
অভিযুক্ত কিৰণ পেগু

আটকাধীন পবিত্ৰৰ তথ্য অনুসৰি আজি পুৱতি নিশা কিৰণ পেগু নামৰ অভিযুক্ত গঁড় চিকাৰীটোক গহপুৰৰ বালিগাঁৱৰ পৰা আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক: লাওখোৱা, বুঢ়াচাপৰি বেদখলমুক্ত কৰি সংস্থাপন কৰা হ’ব গঁড় : পৰিমল শুক্লবৈদ্য

Intro:as_biswnaath_802_16_nov_rhino_photo_scrpt_as10018Body:as_biswnaath_802_16_nov_rhino_photo_scrpt_as10018Conclusion:বিশ্বনাথ গহপুৰত চোৰাং চিকাৰী গ্ৰেপ্তাৰ

পুৱতি নিশা ৩ মান বজাত গহপুৰ হাৱাজান আৰক্ষী নিপন শইকীয়া আৰু বিশ্বনাথৰ বন্যপ্ৰাণী সংমণ্ডল বন বিষয়া ৰাজু গগৈ নেতৃত্বত অভিযানত এটা চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষী সূত্ৰ প্ৰকাশ আটকাধী চোৰাং চিকাৰী টোক যোৱা ৫ নৱেম্বৰত আৰক্ষী আটক কৰা চোৰাং চিকাৰী পবিত্ৰ কামনা সোধ পোছত কৰাত এই চোৰাং চিকাৰী টো নাম উল্লেখ কৰিছিল চোৰাং চিকাৰী পবিত্র ই ।সেই পূৱতি নিশা যোৱা এটা দলে কিৰণ পেগু নামৰ এই গঁড় চিকাৰীটোক গহপুৰৰ , বালিগাঁও ৰ পৰা আটক কৰে। বৰ্তমান আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.