ETV Bharat / state

ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে বিজয় তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ - Assam assembly election

সোমবাৰে ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ ৷ ৰাইজৰ প্ৰাৰ্থী গৰাকীয়ে দলীয় সমৰ্থকসকলক লগত লৈ ৰঙাপৰাৰ চাহ বাগিচাৰ সমূহত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷

AS_Rangapara_bijay-tirki-election-campaign-at-rangapara_vis_ASC10041.
ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে বিজয় তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Mar 23, 2021, 10:46 AM IST

ৰঙাপৰা, 23 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগেই তীব্ৰতৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ ৷ বিভিন্ন সমষ্টিৰ সমান্তৰালকৈ ৰঙাপৰা বিধানসভা সমষ্টিতো তুংগত উঠিছে প্ৰচাৰ অভিযান ৷

ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে বিজয় তিৰ্কীৰ নিৰ্বাচনী প্ৰচাৰ

ইয়াৰ মাজতে সোমবাৰে ৰঙাপৰাত চাহ বাগিচাৰ চালানে চালানে ৰাইজৰ দলৰ প্ৰাৰ্থী বিজয় তিৰ্কীয়ে চলায় নিৰ্বাচনী প্ৰচাৰ ৷ ৰাইজৰ প্ৰাৰ্থী গৰাকীয়ে দলীয় সমৰ্থকসকলক লগত লৈ ৰঙাপৰাৰ চাহ বাগিচাৰ সমূহত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৷ নিৰ্বাচনত জয়লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হ’লে অনাগত দিনসমূহত চাহ জনগোষ্ঠীয় লোকসকলৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজয় তিৰ্কীয়ে ৷

আনহাতে, বছৰ বছৰ ধৰি ৰাজ্যৰ চাহ জনগোষ্ঠীয় লোকসল প্ৰতিখন চৰকাৰৰে প্ৰৱঞ্চনাৰ বলি হৈ অহা বুলিও অভিযোগ উত্থাপন কৰে সমষ্টিটোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৷

লগতে পঢ়ক-খুমটাইত বিজেপি কৰ্মীৰ আক্ৰমণৰ বলি কংগ্ৰেছ কৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.