ETV Bharat / state

বালিপাৰাত প্ৰদৰ্শন মহিলাৰ ভাওঁনা

বালিপাৰা অঞ্চলৰ মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন "দক্ষযজ্ঞ"৷ পয়াৰ, বচন আৰু খোল-তালৰ শব্দত মুখৰিত বালিপাৰা

author img

By

Published : May 4, 2019, 1:03 PM IST

মহিলাৰ ভাওনা

ৰঙাপাৰা,4 এপ্ৰিলঃ পয়াৰ,বচন আৰু খোল-তালৰ শব্দত মুখৰিত বালিপৰা অঞ্চল। শোণিতপুৰৰ বালিপাৰাত শুকুৰবাৰে নিশা প্ৰদৰ্শন কৰা হয় মহিলাৰ ভাওঁনা ৷ বালিপাৰা যুৱ মঞ্চৰ উদ্যোগত খোল-তাল বাদনৰ কৰ্মশালাৰ অন্তিম দিনৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বালিপৰা অঞ্চলৰ মহিলাসকলে প্ৰদৰ্শন কৰে "দক্ষযজ্ঞ"৷ বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা ভাওঁনাত অঞ্চলটোৰ বিভিন্ন ঠাইৰ মহিলাসকলে কৰা অভিনয়ে আপ্লুত কৰে দৰ্শকক ৷

Intro:বালিপৰাত মহিলাৰ ভাওনা প্ৰদৰ্শন।Body:ৰঙাপৰাঃ শোণিতপুৰৰ বালিপৰাত কালি নিশা মহিলা সকলে ভাওনা প্ৰদৰ্শন কৰে। পয়াৰ, বচন আৰু খোল-তালৰ শব্দত মুখৰিত হৈ পৰে বালিপৰা অঞ্চল। উল্লেখ্য যে বালিপৰা যুব মঞ্চৰ উদ্যোগত অনুষ্ঠিত হৈ থকা খোল-তাল বাদনৰ কৰ্মশালাৰ অন্তিম দিনৰ সামৰনি অনুষ্ঠানৰ কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি বালিপৰা অঞ্চলৰ মহিলা সকলে "দক্ষযজ্ঞ" নামৰ ভাওনা প্ৰদৰ্শন কৰে। বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা ভাওনাখনিত অঞ্চলটোৰ বিভিন্ন ঠাইৰ মহিলা সকলে কৰা অভিনয় কৰে আৰু অভিনয়ে উপস্থিত দৰ্শক ৰাইজক আপ্লুত কৰে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.