ETV Bharat / state

কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি - Baihata

শান্তিপুৰৰ কাষতে উদ্যোগসমূহ স্থাপন হোৱাৰ পাচৰে পৰা পানী ওলাই যোৱা নলাসমূহ সম্পূৰ্ণবাবে বন্ধ হৈ পৰিছে । যাৰ ফলস্বৰূপে বাইহাটা চাৰিআলিৰ এই অঞ্চলটোত এজাক বৰষুণতে পানীৰ তলত থাকিবলগীয়া হয় স্থানীয় বাসিন্দা ।

Baihata artificial flood
কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি
author img

By

Published : Jun 29, 2020, 12:21 PM IST

বাইহাটা চাৰিআলি, 29 জুন : কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলিত মদনপুৰৰ শান্তিপুৰ । শান্তিপুৰৰ বাসিন্দাসকলৰ ৰান্ধনি ঘৰতো একাঠু পৰ্যন্ত পানী । নিশাৰ ধাৰাষাৰ বৰযুণৰ ফলত সৃষ্টি হয় এই বানৰ ।

কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি

শান্তিপুৰৰ ওচৰতে থকা উদ্যোগসমূহৰ বাবে এই কৃত্ৰিম বান সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । শান্তিপুৰৰ কাষতে উদ্যোগসমূহ স্থাপন হোৱাৰ পাচৰে পৰা পানী ওলাই যোৱা নলাসমূহ সম্পূৰ্ণবাবে বন্ধ হৈ পৰিছে । যাৰ ফলস্বৰূপে বাইহাটা চাৰিআলিৰ এই অঞ্চলটোত এজাক বৰষুণতে পানীৰ তলত থাকিবলগীয়া হয় স্থানীয় বাসিন্দা । কৃত্ৰিম বানৰ ফলত বছৰৰ বাৰ মাহে পানীত বুৰ গৈ থাকে অঞ্চলটোৰ দুখন বিদ্যালয়ৰ লগতে এটা উপস্বাস্থ্য কেন্দ্ৰ । কৃত্ৰিম বান প্ৰতিৰোধৰ স্থায়ী সমাধান বিচাৰি প্ৰশাসনক দাবী জনাইছে স্থানীয় লোকে ।

Baihata artificial flood
কৃত্ৰিম বানত বুৰ গ'ল বাইহাটা চাৰিআলি

লগতে পঢ়ক : মানসিকভাৱে বিকাৰগ্ৰস্ত লোকৰ দেহত PPE কিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.