ETV Bharat / state

ৰঙালী বিহুত ইটিভি ভাৰত অসমলৈ শুভেচ্ছা জ্ঞাপন আছুৰ বিষয়ববীয়াৰ - ৰঙাপৰা

শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মনোজ দাস আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যা পৰিস্মিতা বৰাৰ বিহুৰ শুভকামনা

ৰঙালী বিহুত ই টিভি ভাৰত অসমলৈ শুভেচ্ছা জ্ঞাপন আছু বিষয়ববীয়াৰ
author img

By

Published : Apr 15, 2019, 2:45 PM IST

ৰঙাপাৰা, 15 এপ্ৰিলঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাতো অসমীয়াৰ বাপটি সাহোন ব'হাগ বিহু পালন কৰা হৈছে । ৰঙাপৰাত আছুয়ে পালন কৰা বিহুস্থলীত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ বিষয়ববীয়াসকল। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক মনোজ দাস আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যা পৰিস্মিতা বৰাই ই টিভি ভাৰত অসমলৈ ৰঙালী বিহুৰ ওলগ জনায় ৷

ৰঙালী বিহুত ই টিভি ভাৰত অসমলৈ শুভেচ্ছা জ্ঞাপন আছু বিষয়ববীয়াৰ

ৰঙাপাৰা, 15 এপ্ৰিলঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাতো অসমীয়াৰ বাপটি সাহোন ব'হাগ বিহু পালন কৰা হৈছে । ৰঙাপৰাত আছুয়ে পালন কৰা বিহুস্থলীত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ বিষয়ববীয়াসকল। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক মনোজ দাস আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্যা পৰিস্মিতা বৰাই ই টিভি ভাৰত অসমলৈ ৰঙালী বিহুৰ ওলগ জনায় ৷

ৰঙালী বিহুত ই টিভি ভাৰত অসমলৈ শুভেচ্ছা জ্ঞাপন আছু বিষয়ববীয়াৰ
Intro:ৰঙালী বিহুত ই টিভি ভাৰত অসমলৈ শুভেচ্ছা জ্ঞাপন আছু বিষয়ববীয়া।Body:ৰঙাপৰাঃ অসমীয়াৰ বাপোতি সাহোন ব'হাগ বিহু সমগ্ৰ ৰাজ্যৰ লগতে ৰঙাপৰাতো পালন কৰে। ৰঙাপৰাত আছুয়ে পালন কৰা বিহুস্থলীত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্র সন্থাৰ বিষয়ববীয়া সকল। শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক মনোজ দাস আৰু কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্যা পৰিস্মতা বৰাই ই টিভি ভাৰত অসমলৈ শুভেচ্ছামূলক বাৰ্তা দিয়ে।
পংকজ নাথ, ৰঙাপৰা।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.