ETV Bharat / state

মিছামাৰী ভাৰতীয় সেনা ছাউনীৰ পৰা সন্ধানহীন সেনা জোৱান

author img

By

Published : Sep 14, 2019, 3:20 AM IST

মিছামাৰীৰ প্ৰতাপ নগৰৰ বাসিন্দা তথা ৫৭১ এ এছ ছিৰ বেটিলিয়ান ৰাজীৱ সিঙে চলিত মাহৰ ৭ তাৰিখে নিশা প্ৰায় ২ টা মান বজাত ভাৰতীয় সেনাৰ আৱাস গৃহৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ।

মিছামাৰী ভাৰতীয় সেনা ছাউনীৰ পৰা সন্ধানহীন সেনা জোৱান

ৰঙাপৰা, 14 চেপ্তেম্বৰঃ শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত ভাৰতীয় সেনা ছাউনীৰ পৰা বিগত ৭ দিন ধৰি সন্ধানহীন এগৰাকী সেনাৰ জোৱান ৰাজীৱ সিং (৩৫)। মিছামাৰীৰ প্ৰতাপ নগৰৰ বাসিন্দা তথা ৫৭১ এ এছ ছিৰ বেটিলিয়ান ৰাজীৱ সিঙে চলিত মাহৰ ৭ তাৰিখে নিশা প্ৰায় ২ টা মান বজাত ভাৰতীয় সেনাৰ আৱাস গৃহৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ।

ঘটনাৰ সন্দৰ্ভত সন্ধানহীন হোৱা সেনা জোৱানৰ পত্নী কল্পনা সিঙে পিছদিনা মিছামাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে, মিছামাৰী আৰক্ষীয়ে সেনা জোৱানজনৰ সন্ধান বিছাৰি অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। বিহাৰৰ ভোজপুৰ আৰা জিলাৰ দৌলতপুৰ গাঁৱৰ নিৱাসী সুনিল সিঙৰ পুত্ৰ আছিল ৰাজীৱ সিং।

Intro:মিছামাৰীত এগৰাকী সেনাৰ জোৱান সন্ধানহীনঃ থানাত এজাহাৰ দাখিল পত্নীৰBody:ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত ভাৰতীয় সেনা ছাউনীৰ পৰা এগৰাকী সেনাৰ জোৱান বিগত ৭ দিন ধৰি সন্ধানহীন হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেনাৰ জোৱানজনৰ নাম ৰাজীৱ সিং (৩৫)। মিছামাৰীৰ প্ৰতাপ নগৰৰ বাসিন্দা তথা ৫৭১ এ এছ ছিৰ বেটিলিয়ান ৰাজীৱ সিঙে যোৱা ৭ ছেপ্টেম্বৰত নিশা প্ৰায় ২ টা মান বজাত ভাৰতীয় সেনাৰ আৱাস গৃহৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে। ঘটনাৰ সন্দৰ্ভত সন্ধানহীন হোৱা সেনাৰ জোৱানৰ পত্নী কল্পনা সিঙে পিছদিনা মিছামাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। ইফালে, মিছামাৰী আৰক্ষীয়ে সেনা জোৱানজনৰ সন্ধান বিছাৰি অভিযান অব্যাহত ৰাখিছে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই। বিহাৰৰ ভোজপুৰ আৰা জিলাৰ দৌলতপুৰ গাঁৱৰ নিৱাসী সুনিল সিঙৰ পুত্ৰ আছিল ৰাজীৱ সিং।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.