ETV Bharat / state

শ্বহীদ মেজৰ ডেভিড মানলুনক স্মৰণ ভাৰতীয় সেনাৰ - শ্বহীদ মেজৰ ডেভিড মানলুন

২০১৭ চনৰ আজিৰ দিনটোতে আলফা(স্বাঃ)ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈ শ্বহীদ মেজৰ ডেভিড মানলুনে তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ প্ৰমাণ দিছিল ৷ ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পৰ অধীনত নাগা টেৰিয়াৰসকলে শ্বহীদ গৰাকীৰ সৰ্বোচ্চ বলিদানক স্মৰণ কৰিবলৈ জাখামা সামৰিক কেন্দ্ৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।

Major David Manlun
শ্বহীদ মেজৰ ডেভিড মানলুনক স্মৰণ ভাৰতীয় সেনাৰ
author img

By

Published : Jun 6, 2021, 10:20 PM IST

তেজপুৰ,৬ জুন: শ্বহীদ মেজৰ ডেভিদ মানলুনৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন ৷ ভাৰতীয় সেনা(India Army)ৰ স্পিয়াৰ কৰ্পৰ অধীনত নাগা টেৰিয়াৰসকলে শ্বহীদ গৰাকীৰ সৰ্বোচ্চ বলিদানক স্মৰণ কৰিবলৈ জাখামা সামৰিক কেন্দ্ৰত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ।

Major David Manlun
শ্বহীদ মেজৰ ডেভিড মানলুনক স্মৰণ ভাৰতীয় সেনাৰ

উল্লেখ্য যে, ২০১৭ চনৰ 6 জুনৰ দিনটোতে আলফা(স্বাঃ) ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈ তেওঁ সাহসিকতা আৰু বীৰত্বৰ প্ৰমাণ দিছিল । ইফালে মেজৰ ডেভিদ মানলুনক ২০১৭ চনৰ ১৫ আগষ্টত মৰনোত্তৰভাৱে কীৰ্তি চক্ৰ(Kirti Chakra) প্ৰদান কৰা হৈছিল ।

একাংশ বিষয়া আৰু জোৱানৰ এটা দলে শ্বহীদ গৰাকীৰ পৰিয়ালক এই বিশেষ দিনটোত সাক্ষাৎ কৰে । গুৱাহাটীৰ সমীপৰ বাসগৃহত উপস্থিত হৈ তেওঁক স্মৰণ কৰাৰ লগতে বিষয়া-জোৱানৰ দলটোৱে পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে ৷

লগতে পঢ়ক:নাওবৈচাত অপৰিৱৰ্তিত শিঙৰা নৈৰ বান পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.