ETV Bharat / state

ৰঙাপৰাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 5, 2019, 10:59 PM IST

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰঙাপৰাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক শেষ সকিয়নী সংগঠনটোৰ ৷

AJYCP protest against CAB
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰঙাপৰাত উত্তাল প্ৰতিবাদ

ৰঙাপৰা , 5 ডিচেম্বৰঃ ৰঙাপৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৷ বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে ৰঙাপৰাৰ চহৰৰ মাজ মজিয়াত জাতিধ্বংসী বিধেয়কখনৰ বাতিলৰ দাবীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ জুমুঠি দাহ কৰে ৷ চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰঙাপৰাত উত্তাল প্ৰতিবাদ

লগতে পঢ়কঃজামুগুৰিহাটত অবৈধ বাসগৃহত প্ৰশাসনৰ হাতোৰা

Intro:ৰঙাপৰাত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত জুমুঠি দাহৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Body:ৰঙাপৰাঃ সমগ্র ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে আজি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ৰঙাপৰা আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জাতিধ্বংসী বিলখন বাতলিৰ দাবীত ৰঙাপৰাৰ চহৰৰ মাজ মজিয়াত ৰঙাপৰা আঞ্চলিক সমিতি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাৰ জুমুঠি দাহ কৰাৰ লগতে চৰকাৰৰ বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। নাগৰিকত্ব সংশোধনী আইনখন কোনো কাৰনতে মানি লোৱা নহব বুলি প্ৰতিবাদীসকলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকীয়াই দিয়ে।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.