ETV Bharat / state

তেজপুৰত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত 106 স্কোৱাৰ্ডন ‘লিন্স'

সেনা আৰু বায়ুসেনাৰ মাজৰ চুক্তি স্বাক্ষৰ কৰে মেজৰ জেনেৰেল ভেল আৰু বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন বৰুণো চলাৰীয়াই ।

author img

By

Published : Feb 15, 2021, 10:19 PM IST

AFFILIATION CEREMONY AT TEZPUR
তেজপুৰত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত 106 স্কোৱাৰ্ডন ‘লিন্স'

তেজপুৰ, 15 ফেব্ৰুৱাৰী : সোমবাৰে তেজপুৰত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভূক্ত কৰা হয় 106 স্কোৱাৰ্ডন ‘লিন্স' ৷ এই অনুষ্ঠানৰ গাৰ্ড অব অনাৰ গ্ৰহণ কৰে অসম ৰেজিমেণ্টৰ আৰু স্কাউট গাইডৰ কৰ্ণেল মেজৰ জেনেৰেল পি এছ ভেলে ।

আনহাতে সেনা আৰু বায়ুসেনাৰ মাজৰ চুক্তি স্বাক্ষৰ কৰে মেজৰ জেনেৰেল ভেল আৰু বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন বৰুণো চলাৰীয়াই । চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্ট আৰু অৰুণাচল স্কাউটত ভাৰতীয় বায়ুসেনাৰ 106 স্কোৱাৰ্ডন ‘লিন্স' অন্তৰ্ভূক্তকৰণ কৰা হৈছিল ।

উল্লেখ্য যে, অসম ৰেজিমেণ্ট আৰম্ভণি হৈছিল 1941 চনৰ 15 জুনত ৷ অসম ৰেজিমেণ্টৰ এটা অশোক চক্ৰ, 9টা পৰম বিশেষ সেৱা মেডেল, 2 টা মহাবীৰ চক্ৰ, 8 টা কীৰ্তি চক্ৰ, 4 টা পদ্মশ্ৰী, 4 টা উত্তম যোদ্ধা সেৱা মেডেল, 4 টা অতি বিশেষ সেৱা মেডেল, 5 টা বীৰ চক্ৰ , 20 টা সূৰ্য চক্ৰ, 13 টা যোদ্ধা সেৱা মেডেল, 180 টা সেনা মেডেল, 35 টা বিশেষ সেৱা মেডেল আৰু 66 টা কোমেণ্ডেশ্যন কাৰ্ডৰ গৰিমাৰে গৌৰৱোজ্জ্বল ইতিহাস আছে ।

লগতে পঢ়ক : মুকলি হ’ল পদ্মশ্ৰী ৰংবং তেৰাঙৰ গ্ৰন্থাগাৰ আৰু সংগ্ৰহালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.