ETV Bharat / state

পুনৰ আছুৰ দখলত দৰং মহাবিদ্যালয় - তেজপুৰৰ দৰং মহাবিদ্যালয়

মহাবিদ্যালয় খনৰ 15টা বিভাগৰ প্ৰত্যেকটো বিভাগ আছুৰ দখললৈ আনিবলৈ সক্ষম হয় সদৌ অসম ছাত্ৰ সন্থাই ৷

আছুৰ দখলত দৰং মহাবিদ্যালয়
author img

By

Published : Sep 14, 2019, 4:40 PM IST

তেজপুৰ,14 ছেপ্টেম্বৰঃ শনিবাৰে ঘোষণা কৰা হ'ল তেজপুৰৰ দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ৷ ফলাফলত মহাবিদ্যালয় খনৰ 15 টা বিভাগৰ প্ৰত্যেকটো বিভাগ আছুৰ দখললৈ আনিবলৈ সক্ষম হয় সদৌ অসম ছাত্ৰ সন্থাই ৷

আছুৰ দখলত দৰং মহাবিদ্যালয়

সেয়ে আজি আছুৰ বিজয়ৰ লগত সংগতি ৰাখি ছাত্ৰ সমাজে মহাবিদ্যালয়ৰ প্ৰাংগণৰ পৰা তেজপুৰ শ্বহীদ বাকৰিলৈকে এক সমদল উলিয়াই শ্বহীদ বাকৰিত শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ উল্লেখ্য যে কিছু দিন পূৰ্বে তেজপুৰ মহাবিদ্যালয়তো অনুষ্ঠিত হোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৱে জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Intro:তেজপুৰ,১৪ছেপ্টেম্বৰ: তেজপুৰ মহাবিদ্যালয়ৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত তেজপুৰৰ দৰং মহাবিদ্যালয় ও আছু ৰ দখলত ।

Body:তেজপুৰৰ দৰং মহাবিদ্যালয় ত যোৱা শুক্ৰবাৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আজি মহাবিদ্যালয় খনৰ ১৫ টা বিভাগৰ প্ৰত্যেকটো বিভাগ আছু ৰ দখললৈ আনিবলৈ সক্ষম হয় ।
বিগত সময়চোৱাত সতীৰ্থ সংগঠ এ ভি বি পি আৰু আছু ৰ যৌথ ভাবে কাৰ্য নিৰ্বাহ কৰি আছিল । আৰু বৰ্তমান সম্পূৰ্ণ ছাত্ৰ সন্থাই (আছু) ৰ দখল লৈ আনে ।
এই উদ্দেশ্য আজি শনিবাৰে মহাবিদ্যালয়ৰ প্রাংগণত ছাত্ৰ সমাজে এইদৰে সমদল উলিয়াই তেজপুৰ শ্বহীদ বাকৰিলৈকে গৈ স্বৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে।
Bite: ১,২,
Bite: আছু চেণ্ট্ৰেল exucativ ।

Conclusion:প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৪/৯/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.