ETV Bharat / state

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

author img

By

Published : Nov 4, 2019, 6:57 PM IST

খীষ্ট্ৰান ধৰ্মালম্বী লোকৰ ঘৰত জন্ম গ্ৰহণ কৰা এগৰাকী যুৱতী ডাঙৰ দীঘল হয় তেজপুৰ দুলাবাৰীৰ মুছলমান ধৰ্মাৱলম্বী হামিড নামৰ ব্যক্তি জনৰ ঘৰত ৷ মুছলিম সম্প্ৰদায়ত ডাঙৰ দীঘল হোৱা মণিকা শিকঞ্জু নামৰ যুৱতী গৰাকী দেওবাৰে বিবাহ পাশত আৱদ্ধ হয় হিন্দু ধৰ্মৰ এজন যুৱকৰ লগত ৷

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

তেজপুৰ, ৪ নৱেম্বৰ: যি সময়ত সমাজত প্ৰচলিত কিছুমান বিশেষ আসোঁৱাহ আৰু এচাম লোকে ধৰ্মৰ নামত মেৰুকৰণ কৰি আহিছে সেই সময়তে তেজপুৰ মাজগাঁৱৰ নিৱাসী সুদীপ্ত তামুলীৰ এক ব্যতিক্ৰমী চিন্তাই ৰাইজৰ ভূয়সী বুটলিবলৈ সক্ষম হৈছে । এখন ব্যতিক্ৰমী বিয়াৰ বাবে তেজপুৰত সুদীপ্ত তামুলী নামৰ ব্যক্তি গৰাকীৰ নাম চৰ্চিত হৈছে ৰাইজৰ মাজত ।

তিনিটা ধৰ্মৰ সংমিশ্ৰনেৰে তেজপুৰত এখন বিশেষ বিবাহ

ঘটনা অনুসিৰ, খীষ্ট্ৰান ধৰ্মালম্বী লোকৰ ঘৰত জন্ম গ্ৰহণ কৰা এগৰাকী যুৱতী ডাঙৰ দীঘল হয় তেজপুৰ দুলাবাৰীৰ মুছলিম ধৰ্মালম্বী হামিড নামৰ ব্যক্তি জনৰ ঘৰত ৷ মুছলিম সম্প্ৰদায়ত ডাঙৰ-দীঘল হোৱা মণিকা শিকঞ্জু নামৰ যুৱতী গৰাকী দেওবাৰে বিবাহ পাশত আৱদ্ধ হয় হিন্দু ধৰ্মৰ এজন যুৱকৰ লগত ৷ তেজপুৰৰ সুদীপ্ত তামুলীৰ ঘৰত ডাঙৰ-দীঘল হোৱা পিতৃ-মাতৃহীন ৰাজীৱ নামৰ যুৱকজনৰ লগত সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে বিবাহত বহিল মণিকা শিকঞ্জু ৷ খীষ্ট্ৰান, মুছলমান আৰু হিন্দু এই তিনিটা ধৰ্মৰ সংমিশ্ৰণৰে এখন বিবাহে তিনিটা ধৰ্মৰ সুতি গঢ়িলে বুলি প্ৰশংসা কৰে তেজপুৰবাসীয়ে ৷

Intro:PKG STORY : TWO VISUALS GOING THROUGH OFFICE NUMBER .

তেজপুৰ,৪ নৱেম্বৰ: যি সময়ত সমাজত প্ৰচলিত কিছুমান বিশেষ আসোঁৱাহ আৰু এচাম লোকে ধৰ্মৰ নামত মেৰুকৰণ কৰি আহিছে সেই সময়তে তেজপুৰ মাজগাওঁ ৰ নিবাসী সুদীপ্ত তামুলীৰ এক ব্যতিক্ৰমী চিন্তাই ৰাইজৰ ভূয়সী বুটলিবলৈ সক্ষম হৈছে ।

Body:কাহিনী তো কোনো উপন্যাসৰ কাহিনীৰ আধাৰত নহয় এক বাস্তৱ ঘটনা ।

এখন ব্যতিক্ৰমী বিয়া আৰু এই বিয়াখনে তেজপুৰত চৰ্চিত হৈছে । দুটি পৃথক ধৰ্মৰ পৰিয়ালৰ মাজত তিনিটা ধর্মক এডাল সূতাৰে গাঁঠিলে । এই দৰা কইনা যোৰা লৈ মন কৰক , লৰাৰ পৰিয়াল এইজন তামুলী তেওঁৰ ঘৰত বিয়া কৰায় আনিলে এইজনী কইনা ধৰ্মত খ্ৰীষ্টান ,ডাঙৰ দীঘল হৈ পিছত নিজক সবল কৰিলে মুছলমান সম্প্ৰদায়ৰ হামিড নামৰ তেজপুৰ দুলাবাৰী এজন সু ব্যক্তিৰ ঘৰত তুলনীয়া জী ।
দৰা ৰাজীৱ ওৰাং , কইনা মণিকা শিকাঞ্জু , মণিকাক সৰুতে পৰিয়ালৰ লোকে অৰুণাচল প্ৰদেশ কোনো ব্যক্তিৰ ঘৰত বিক্রী কৰিছিল ৮ বছৰ বয়সতে ,তাত নিৰ্যাতন সহিব নোৱাৰি তাৰ পিছত পলায় আহি তেজপুৰ মাছ বজাৰত ছোৱালী জনীক পায় হামিদুল ৰহমান নিজ ঘৰলৈ লৈ যায় । কিন্তু মণিকাক হামিদে ধৰ্মান্তৰিত কৰা নাছিল আৰু মণিকাইও সলনি নকৰিলে ।
Bite: মণিকা ,কইনা
Bite: ৰাজীৱ ওৰাং, দৰা .
Bite: সুদীপ্ত তামুলী ।

পিতৃ মাতৃ হীন ৰাজীৱৰ লগত ৰবিবাৰে সম্পূৰ্ণ হিন্দু ধর্মৰ মতে বিয়া কৰায় আনিলে সুদীপ্ত ৰ ঘৰত থকা ৰাজীৱে ।

Conclusion:পিতৃ মাতৃ হীন ৰাজীৱৰ লগত ৰবিবাৰে সম্পূৰ্ণ হিন্দু ধর্মৰ মতে বিয়া কৰায় আনিলে সুদীপ্ত ৰ ঘৰত থকা ৰাজীৱে । ৰাজীৱক ইতিমধ্যে সুদীপ্ত তামুলী য়ে পৰিয়ালৰ সদস্য কৰি লোৱা তেওঁৰ বাসগৃহতেই সম্পন্ন কৰা হল ৰাজীৱ আৰু মণিকা শিকঞ্জু ওৰফে মুন্নীৰ বিবাহ । কইনা খ্ৰীষ্টান দৰাঘৰীয়া আকৌ হিন্দু , আহিল মুছলমান সম্প্ৰদায়ৰ ঘৰৰ পৰা, সকলো ধৰ্মৰ উৰ্ধত যে এই মানৱতা তাৰ এক সুকীয়া নিদৰ্শন এই বিবাহ ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
৪/১১/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.