ETV Bharat / state

আৰ পি শৰ্মাৰ পদত্যাগ সম্পৰ্কত ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া - etv bharat assam

এই ক্ষেত্ৰত পাৰ্টীয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য ৰঞ্জিত দত্তৰ

আৰ পি শৰ্মাৰ পদত্যাগ সম্পৰ্কত ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 16, 2019, 11:53 PM IST

তেজপুৰ,16 মাৰ্চ: ৰাম প্ৰসাদ শৰ্মাৰ পদত্যাগ সম্পৰ্কত অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া ৷ এই ক্ষেত্ৰত পাৰ্টীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্তব্য বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীৰ ৷

লগতে পদত্যাগ পত্ৰ গ্ৰহণ সম্পৰ্কত শীৰ্ষ নেতৃত্বৰ ৰায়ৰ দ্বাৰা অৱগত নহয় বাবে তাৎক্ষণিক মন্তব্য কৰাটো অসম্ভৱ বুলিও কয় মন্ত্ৰীগৰাকীয়ে ৷

আৰ পি শৰ্মাৰ পদত্যাগ সম্পৰ্কত ৰঞ্জিত দত্তৰ প্ৰতিক্ৰিয়া

আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 9 টাকৈ সমষ্টিৰ ভিতৰত 8 টা সমষ্টিত বিজেপিৰ আৰু 1 টা সমষ্টিত অগপৰ বিধায়ক আছে বুলি উল্লেখ কৰি ইতিমধ্যে বিজেপিৰে অগপৰ মিত্ৰতা হোৱা বাবে বিজেপি প্ৰাৰ্থীৰ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে । ইয়াৰ উপৰিও, অগপৰে মিত্ৰতাৰ পাচত আগন্তুক লোকসভা নিৰ্বাচনত 14 খন আসনৰ 12 খনেই লাভ কৰিব বুলিও দাবী কৰে মন্ত্ৰীগৰাকীয়ে ৷

তেজপুৰ: অসম চৰকাৰ মন্ত্ৰী তথা প্ৰাক্তন বিজেপিৰ সভাপতি ৰঞ্জিত দত্তই কয় যে ৰাম প্ৰসাদ শৰ্মাৰ পদ ত্যাগ ৰ ক্ষেত্রত কয় যে , এই ক্ষেত্ৰত পাৰ্টিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব ।আৰু তেওঁ ত্যাগ পত্ৰ যিহেতু শীৰ্ষ নেতৃত্ব ৰ ওচৰত পৰা নাই গতিকে তাৎক্ষণিক মন্তব্য কৰাটো অসম্ভৱ ।
আনহাতে তেওঁ কয় যে তেজপুৰ লোক সভা সমষ্টিৰ অন্তৰ্গত নটা সমষ্টিৰ ভিতৰত আঠতা সমষ্টিত বিজেপিৰ বিধায়ক আছে আৰু একমাত্ৰ তেজপুৰ সমষ্টিত অগপৰ বিধায়ক আছে আৰু বৰ্তমান বিজেপিৰ লগত মিত্ৰতা আছে গতিকে বিজেপি প্ৰাৰ্থী ৰ একো অসুবিধা নহয় ।যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিয়া হয় তেজপূৰ লোক সভাৰ বিজেপিৰ কৰ্মী উৎসাহিত বুলি মন্তব্য কৰে ।
Byte: ৰঞ্জিত দত্ত, মন্ত্রী ।

প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
১৬/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.