ETV Bharat / state

পাঁচমাইলত বিস্কুট খাই অসুস্থ এটা পৰিয়াল - পাঁচমাইলত বিস্কুট খাই অসুস্থ এটা পৰিয়াল

ৰাজ্যত মধ্যাহ্ন ভোজন, প্ৰসাদ অথবা বিভিন্ন খাদ্য ভক্ষণ কৰি লোক অসুস্থ হোৱা খবৰে বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়তে এইবাৰ তেজপুৰৰ পাঁচমাইলত বিস্কুট খাই 5 গৰাকী লোক অসুস্থ হোৱাৰ খবৰ পোহৰলৈ আহিছে ( A family falls ill after eating biscuits)৷

A family falls ill after eating biscuits
পাঁচমাইলত বিস্কুট খাই অসুস্থ এটা পৰিয়াল
author img

By

Published : Sep 2, 2022, 10:48 PM IST

তেজপুৰ, 2 ছেপ্টেম্বৰ: বিস্কুট খাওঁতে সাৱধান হওক ৷ ৰাজ্যত মধ্যাহ্ন ভোজন, প্ৰসাদ অথবা বিভিন্ন খাদ্য ভক্ষণ কৰি লোক অসুস্থ হোৱা খবৰে বাতৰিৰ শিৰোনামা দখল কৰাৰ সময়তে এইবাৰ তেজপুৰৰ পাঁচমাইলত বিস্কুট খাই 5 গৰাকী লোক অসুস্থ হোৱাৰ খবৰ পোহৰলৈ আহিছে ( A family falls ill after eating biscuits)৷

শোণিতপুৰ জিলাৰ পাঁচমাইল চামধৰাত শুকুৰবাৰে একেখন ঘৰতে শিশুসহ পাঁচজন লোক বিস্কুট খাই অসুস্থ হৈছে ৷ চাহৰ লগত বিস্কুট খাই অসুস্থ এটা পৰিয়ালৰ ৫ গৰাকী সদস্যই চিকিৎসাধীন হ’বলগীয়া হয় ৷ অসুস্থ 5 গৰাকী ক্ৰমে আহমদ আলি, নুৰজাহান বেগম, ৰূপজান বিবি, মুকচিদুল ইছলাম আৰু অনিচা বেগম ৷ ইয়াৰে মুকচিদুল ৭ বছৰীয়া আৰু অনিচা ৯ বছৰীয়া শিশু ৷

সম্প্ৰতি তেজপুৰৰ ব্যাপ্তিষ্ট মিছন হাস্পতালত চিকিৎসাধীন হৈ আছে অসুস্থ পৰিয়ালটো ৷ খাদ্যত বিষক্ৰিয়া হৈ এইদৰে পৰিয়ালটো অসুস্থ পৰে বুলি চিকিৎসকে আশংকা কৰিছে ৷

লগতে পঢ়ক: গণেশ মূৰ্তি বিসৰ্জনৰ নামত এয়া কি ?

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.