ETV Bharat / state

1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচলৰ নামটি

author img

By

Published : Dec 12, 2020, 9:10 PM IST

1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ নামটি আৰু ৱালং ৷ অৰুণাচল প্ৰদেশৰ এই অঞ্চলে বহন কৰিছে 1962 চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ জোৱান সকলৰ ত্যাগৰ সাক্ষী ৷

As_Tezpur_indo-china-war-memorial-namti_vis_7203907
1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচলৰ নামটি

তেজপুৰ,12 ডিচেম্বৰ : 1962 চনৰ ভাৰত-চীন যুদ্ধৰ সাক্ষী অৰুণাচল প্ৰদেশৰ নামটি আৰু ৱালং ৷ নামটি ঘাটিৰ বাহাল সমতলত ভাৰতীয় সেনাৰ 6 নং কুমাও ৰেজিমেণ্টৰ ওপৰত আক্ৰমণ চলাইছিল প্ৰায় 2000 চীনা সৈন্যই ৷ এই যুদ্ধত নিহত হৈছিল 404 গৰাকী ভাৰত মাতৃৰ বীৰ জোৱান ৷ ইয়াৰ পিছতেই চীনা সৈন্যই অধিগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল হেলমেট টপ ৷

অৰুণাচলৰ নামটি

হাইলুংৰ পৰা ৱালং আৰু কিবিঠুত উপস্থিত হ’বলৈ প্ৰয়োজন হয় 24 ঘন্টা ৷ পূৰ্বতে এই অঞ্চলত যোগাযোগ ব্যৱস্থা অতি শোচনীয় আছিল যদিও বৰ্তমান বৰ্ডাৰ ৰোডছ ৰ অধীনত আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ তৎপৰাতত সীমান্তত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰা হৈছে । লগতে অধিক উন্নত কৰা হৈছে বায়ু সেনাৰ সংযোগ ।

চৰকাৰে ইতিমধ্যে ইষ্টাৰ্ণ কামণ্ডৰ অধীনত থকা পশ্চিম অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত যোগাযোগৰ পথ সুগম কৰি তুলিছে ৷ ইয়াৰ উপৰিও সীমান্তত বৰ্তমান এডভান্স লেণ্ডিং গ্ৰাউণ্ড সমূহো সষ্টম কৰি তোলা হৈছে । 2018 চনত সম্পূৰ্ণ হৈ উঠে এই এডভান্স লেণ্ডিং গ্ৰাউণ্ড ৷ বৰ্তমান নমাটিত সেনাৰ মোতেয়েন পূৰ্বতকৈ যথেষ্ট বেছি আৰু ই সময় উপযোগী ৷

লগতে পঢ়ক-ঢোল-খোল, ডবা-কাঁহ বজাই গণ হুংকাৰ দিলে কামৰূপ জিলা ছাত্ৰ সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.