ETV Bharat / state

ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা বিভাগৰ ভাৰ্চুৱেল বৈঠক - লেঃ কৰ্ণেল পি খুঙচা

নতুন দিল্লীৰ সামৰিক বাহিনীৰ কাৰ্যালয় আৰু ছিংগাপুৰৰ সামৰিক বাহিনীৰ মাজত এক বৈঠক অনুষ্ঠিত হয় । প্ৰতিৰক্ষা সচিব ডঃ অজয় কুমাৰে প্ৰতিনিধিত্ব কৰা এই বৈঠকত ছিংগাপুৰৰ প্ৰতিৰক্ষা সচিব চেন হেং কীয়ে ভাগ লয় ।

India-Singapore Defense Policy
India-Singapore Defense Policy
author img

By

Published : Aug 29, 2020, 4:59 AM IST

তেজপুৰ,২৮ আগষ্ট : ভাৰত আৰু ছিংগাপুৰৰ মাজত চতুৰ্দশ সামৰিক নীতিৰ বৈঠক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে শুকুৰবাৰে অনুষ্ঠিত হয় । নতুন দিল্লীৰ সামৰিক বাহিনীৰ কাৰ্যালয় আৰু ছিংগাপুৰৰ সামৰিক বাহিনীৰ মাজত এই বৈঠক । প্ৰতিৰক্ষা সচিব ডঃ অজয় কুমাৰে প্ৰতিনিধিত্ব কৰা এই বৈঠকত ছিংগাপুৰৰ প্ৰতিৰক্ষা সচিব চেন হেং কীয়ে ভাগ লয় । দুয়োখন দেশৰ প্ৰতিৰক্ষা বিভাগে বিশেষ কিছুমান সামৰিক বাহিনীৰ বুজাপৰা আৰু পৰৱৰ্তী সময়ত দুয়ো দেশৰ বন্ধুত্বপূৰ্ণ সুৰক্ষাৰ ওপৰত আলোচনা কৰে ।

India-Singapore Defense Policy
ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা বিভাগৰ বৈঠক

বৈঠকত ভাৰত আৰু ছিংগাপুৰৰ মাজত সৌহাদ্য মূলক সামৰিক বাহিনীৰ নীতি আৰু মানৱীয়তা দৃষ্টি ভঙ্গীৰে দুৰ্যোগ প্ৰশমনৰ ওপৰত এখন চুক্তি স্বাক্ষৰ কৰে বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেঃ কৰ্ণেল পি খুঙচাই এক বিবৃত্তিত প্ৰকাশ কৰে ।

India-Singapore Defense Policy
ভাৰত-ছিংগাপুৰ প্ৰতিৰক্ষা বিভাগৰ ভাৰ্চুৱেল বৈঠক

লগতে পঢ়ক : ক্ষমতাৰ লোভত মত্ত শিল্পী-নেতা: কি কয় ছাত্ৰ সমাজে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.