ETV Bharat / state

শিৱসাগৰৰ দিখৌমুখত বন্যহস্তীৰ উপদ্ৰৱ - দীৰ্ঘদিন ধৰি সন্ত্ৰাস

দিখৌমুখৰ পুৰণিগুদামত এটা বনৰীয়া হস্তীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে খেতি-পথাৰৰ শস্য তহিলং কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

wild-welphant-terror-at-amguri-sivsagar
শিৱসাগৰৰ দিখৌমুখত বন্যহস্তীৰ উপদ্ৰব
author img

By

Published : Nov 24, 2020, 4:18 PM IST

আমগুৰি,24নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বন্যহস্তীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৷ তাৰ সমান্তৰলকৈ শিৱসাগৰৰ দিখৌমুখতো বন্যহস্তীয়ে উপদ্ৰব চলোৱা পৰিলক্ষিত হৈছে ৷ দিখৌমুখৰ পুৰণিগুদামত এটা বনৰীয়া হস্তীয়ে দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰাৰ লগতে খেতি-পথাৰৰ শস্য তহিলং কৰি জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

শিৱসাগৰৰ দিখৌমুখত বন্যহস্তীৰ উপদ্ৰব

আনহাতে বনবিভাগৰ ভূমিকাত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ বন বিভাগে হাতীটো খেদি পঠিয়াবলৈ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভূক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃপ্ৰমোদ বড়ো আৰু ইউ জি ব্ৰহ্মৰ শোকপ্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.