ETV Bharat / state

আলফা স্বাধীনৰ কৰ্পৰেল উদীপ্ত অসমৰ আত্মসমৰ্পণ - কেডাৰ

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত আলফা স্বাধীনৰ কৰ্পৰেল উদীপ্ত অসমৰ আত্মসমৰ্পণ । কৰ্পৰেল টুপীধৰ গগৈ ওৰফে উদীপ্ত অসমে সাপেখাতী সেনা ছাউনীত কৰে আত্মসমৰ্পণ ।

আলফা স্বাধীনৰ কৰ্পৰেল উদীপ্ত অসমৰ আত্মসমৰ্পণ
author img

By

Published : Aug 11, 2019, 7:26 PM IST

শিৱসাগৰ,11 আগষ্টঃ চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সেনাৰ ২৪৪ ফিল্ড ৰেজিমেন্ট আৰু চৰাইদেউ আৰক্ষীৰ লগত যোগাযোগ কৰি দেওবাৰে এজন আলফা স্বাধীনৰ কৰ্পৰেল আত্মসমৰ্পন কৰে । আলফা স্বাধীনৰ কৰ্পৰেল জনে শ্লোভেকিয়াত নিৰ্মিত এটা পইন্ট ২২ পিষ্টল চাৰি জাঁই সজীৱ গুলীসহ আত্মসমৰ্পণ কৰে । সংবাদ মাধ্যমৰ জৰিয়তে প্ৰায় এটা বছৰৰ পূৰ্বে পিতৃ মাতৃয়ে পুত্ৰক মূল সুঁতিলৈ ঘূৰি আহিবলৈ কাতৰ অনুৰোধ জনোৱাৰ পাছতেই আজি আনুষ্ঠানিকভাৱে কৰ্পৰেল উদীপ্ত অসম ওৰফে টুপীধৰ গগৈয়ে সাপেখাতীস্থিত ২৪৪ ফিল্ড ৰেজিমেন্টৰ সেনা ছাউনীত আত্মসমৰ্পণ কৰে । চৰাইদেউ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু সেনাৰ শীৰ্ষ বিষয়াৰ আগত দেওবাৰে সাপেখাতী সেনা ছাউনীত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ ঘূৰি আহে কৰ্পৰেলজন । স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এতিয়া চৰাইদেউ জিলাত চলিছে আলফা স্বাধীনৰ নেতা- কেডাৰৰ আত্মসমৰ্পণৰ ঢৌ । শনিবাৰে সোণাৰি আৰক্ষীৰ ওচৰত জিৎ অসম নামৰ আলফা কেডাৰজনে আত্মসমৰ্পণ কৰাৰ পাছতেই আজি পুনৰ সাপেখাতীৰ ২৪৪ ফিল্ড ৰেজিমেন্ট আৰু চৰাইদেউ আৰক্ষীৰ ওচৰত আলফা কৰ্পৰেল উদীপ্ত অসমে আত্মসমৰ্পণ কৰাত স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৰাইদেউ আৰক্ষীৰ বাবে ই এক বৃহৎ সফলতা ৷ আলফা স্বাধীনৰ একাংশ কেডাৰে আত্মসমৰ্পণ কৰা আৰু অনাগত সময়তো আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আলফাৰ বাবে এক মোক্ষম আঘাত ৷

Intro:Body:চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত আলফা স্বাধীনৰ কৰ্পৰেল উদিপ্ত অসমৰ আত্মসমৰ্পন।। কৰ্পৰেল টুপিধৰ গগৈ ওৰফে উদিপ্ত অসমে সাপেখাতী সেনা ছাউনীত কৰে আত্মসমৰ্পন।

Story-ULFA_SURRENDERED
Ananta Smith
Sivasagar
11th August

A_SVR_11TH_AUG_804-806_ULFA_SURRENDERED_7203499

চৰাইদেউ জিলাৰ সোণাৰিৰ সাপেখাতীত সেনাৰ ২৪৪ ফিল্ড ৰেজিমেন্ট আৰু চৰাইদেউ আৰক্ষীৰ লগত যোগাযোগ কৰি দেওবাৰে এজন আলফা স্বাধীনৰ কৰ্পৰেল আত্মসমৰ্পন কৰে। আলফা স্বাধীনৰ কৰ্পৰেল জনে শ্লোভেকিয়াত নিৰ্মীত এটা পইন্ট ২২ পিষ্টল চাৰি জাই সজীৱ গুলীসহ আত্মসমৰ্পন কৰে । সংবাদ মাধ্যমৰ জড়িয়তে প্ৰায় এটা বছৰৰ পূৰ্বে পিতৃ মাতৃয়ে পুত্ৰক মূল সূতিলৈ ঘূৰি আহিবলৈ কাতৰ অনুৰুধ জনোৱাৰ পাছতেই আজি আনুষ্ঠানিকভাৱে কৰ্পৰেল উদিপ্ত অসম ওৰফে টুপিধৰ গগৈয়ে সাপেখাতীস্থিত ২৪৪ ফিল্ড ৰেজিমেন্টৰ সেনা ছাউনীত আত্মসমৰ্পন কৰে।চৰাইদেউ আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া আৰু সেনাৰ শিৰ্ষ বিষয়াৰ আগত দেওবাৰে সাপেখাতী সেনা ছাউনীত আত্মসমৰ্পন কৰি মূল সূতিলৈ ঘূৰি আহে কৰ্পৰেলজনে। স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এতিয়া চৰাইদেউ জিলাত চলিছে আলফা স্বাধীনৰ নেতা- কেডাৰৰ আত্মসমৰ্পনৰ ধৌ। শনিবাৰে সোণাৰি আৰক্ষীৰ ওচৰত জিৎ অসম নামৰ আলফা কেডাৰজনে আত্মসমৰ্পন কৰাৰ পাছতেই আজি পুনৰ সাপেখাতীৰ ২৪৪ ফিল্ড ৰেজিমেন্ট আৰু চৰাইদেউ আৰক্ষীৰ ওচৰত আলফা কৰ্পৰেল উদিপ্ত অসমে আত্মসমৰ্পন কৰাত স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৰাইদেউ আৰক্ষীৰ বাবে ই এক বৃহৎ সফলতা হোৱাৰ লগতে আৰু আলফা স্বাধীনৰ কেডাৰ আত্মসমৰ্পন কৰাৰ সম্ভাৱনাই আলফা(স্বা)ক যে মুক্ষ্যম আঘাত সানিব সেইয়া নিশ্চিত।

বাইট - - আৰক্ষী বিষয়া ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.