ETV Bharat / state

এখন টয়'টা গাড়ীৰে 2 মহীয়া যাত্ৰা দুই জাৰ্মান পৰিব্ৰাজকৰ - অৰুণাচল প্ৰদেশ আৰু ভূটান

অসমত জাৰ্মানৰ এহাল পৰ্যটক ৷ বিগত দুই মাহত বিশ্বৰ প্ৰায় 120 খন দেশ পৰিভ্ৰমণ কৰা দম্পত্তিয়ে সোমবাৰে উপস্থিত হয় এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ত ৷

অসমত দুই জাৰ্মান পৰিব্ৰাজক
author img

By

Published : Nov 18, 2019, 1:44 PM IST

শিৱসাগৰ, 18 নৱেম্বৰঃ মনত হেঁপাহ থাকিলে কোনো বাধাই কেতিয়াও হেঙাৰ হৈ থিয় দিব নোৱাৰে ৷ জাৰ্মানৰ এক দম্পত্তিয়ে সেয়াই প্ৰমাণিত কৰিলে ৷ কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পাচতেই এখন টয়'টা বাহনৰে বিশ্বৰ প্ৰায় 150 খন দেশ পৰিভ্ৰমণৰ পৰিকল্পনা দুই দম্পত্তিৰ ৷

এখন টয়টা গাড়ীৰে 2 মহীয়া যাত্ৰা দুই জাৰ্মান পৰিব্ৰাজকৰ

বিগত দুই মাহত বিশ্বৰ প্ৰায় 120 খন দেশ পৰিভ্ৰমণ কৰি সোমবাৰে উপস্থিত হয় এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ত ৷ ইচকুৰবা খ্ৰীজা নামৰ অৱসৰপ্ৰাপ্ত অভিযন্তা জনে নিজ পত্নীৰ সৈতে আৰম্ভ কৰা এই যাত্ৰাত মাজুলী,কাজিৰঙা আদিকে ধৰি অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷

লগতে পঢ়কঃআজিৰে পৰা সংসদৰ শীতকালীন অধিৱেশন, উত্থাপন হ'ব নাগৰিকত্ব সংশোধনী বিধেয়ক

ইপিনে,অসমত উপস্থিত হৈ অসমৰ প্ৰকৃতি আৰু মানুহৰ প্ৰসংশাত পঞ্চমুখ হয় দম্পত্তিহাল ৷ অসমৰ পাচতেই দুয়ো ৰাওনা হ'ব অৰুণাচল প্ৰদেশ আৰু ভূটানলৈ ৷ উল্লেখ্য যে,প্ৰায় দুমহীয়া যাত্ৰাৰ অন্তত অসমত উপস্থিত হোৱা দম্পত্তিহাল শিৱসাগৰ পহুগড়ৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰে ৷ 1696 চনৰ পৰা ১৭১৪ চনৰ ভিতৰত আহোম ৰজা স্বৰ্গদেউ ৰূদ্ৰ সিংহই স্থাপন কৰিছিল চিৰিয়ানাখানাটো ৷

Intro:Body:শিৱসাগৰত জাৰ্মান পৰিব্ৰাজক দম্পতি: টয়টা গাড়ীৰে ২ মহীয়া যাত্ৰাৰে উপস্থিত হল অসমত : অৱসৰৰ পিছত বিশ্ব ভ্ৰমণ: ১ লাখ ২০ হাজাৰ কিলোমিটাৰ ভ্রমণ কৰি পৰিভ্ৰমণ ১৫০ দেশ : উপস্থিত এছিয়াৰ প্ৰথমখন চিৰিয়াখানা খ্যাত পহুগড়ত

Story-GERMAN_TOURIST
Ananta Smith
Sivasagar
18th November

সুদীৰ্ঘ ২ মহীয়া যাত্রাৰ অন্তত শিৱসাগৰত উপস্থিত হৈছে এহাল জাৰ্মান পৰিব্ৰাজক দম্পত্তি। ১৬৯৬ চনৰ পৰা ১৭১৪ চনৰ ভিতৰত নিৰ্মাণ কৰা এছিয়াৰ প্ৰথম খন চিৰিয়াখানা খ্যাত পহুগড়ত উপস্থিত হৈ চিৰিয়াখানাখনৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰে ৷
উল্লেখ্য যে ১৭৯২ চনত ইংৰাজে কলিকতাৰ ঘূনাচুটি আৰু গোবিন্দপুৰত ভাৰতৰ প্ৰথম চিৰিয়াখানা নিৰ্মাণ কৰা বুলি কোৱা হয় যদিও আহোম স্বৰ্গদেউ ৰূদ্ৰ সিংহই ১৬৯৬ ৰ পৰা ১৭১৪ চনৰ ভিতৰত ইংৰাজতকৈও পূৰ্বে ৰংপুৰৰ পহুগড়ত চিৰিয়াখানা পাতি পহু, গড়, বাঘ, মগৰ, হাতীকে ধৰি বিভিন্ন জন্তু পুহি বন্যপ্ৰাণী প্ৰেমৰ চানেকী দাঙি ধৰিছিল ৷

ইপিনে বৰ্তমানলৈকে এখন টয়টা গাড়ীৰে ১ লাখ ২০ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি শিৱসাগৰত উপস্থিত হোৱা দম্পত্তি হালে ৰংঘৰ,কাৰেং ঘৰ,পহুগড় আদিকে ধৰি বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ সমূহ ভ্ৰমণ কৰে।

ইচকুৰবা খ্ৰীজা নামৰ অৱসৰ প্ৰাপ্ত অভিযন্তা জনে নিজ পত্নীৰ সতে এই দু সাহসিক যাত্ৰী কৰিছে আৰু এই ভ্ৰমন কালত তেওঁলোকে মাজুলী,কাজিৰঙা আদিকে ধৰি অসমৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছে।

অসমৰ প্ৰকৃতি আৰু মানুহৰ প্ৰসংশাত পঞ্চ মুখ দম্পত্তি হালে অসমৰ পৰা অৰুনাচল প্ৰদেশৰ টাৱাং আৰু তাৰ পাছত বজ্ৰ ড্ৰেগনৰ দেশ ভূটান অভিমুখে ৰাওনা হব।

অৱসৰৰ পাছত বিশ্ব ভ্ৰমণৰ অভিলাসী পৰিকল্পনা কৰি ইতিমধ্যে পৃথিৱীৰ ১৫০ খন দেশ ভ্ৰমণ কৰি এই দম্পত্তিহালে প্রমাণ কৰি দিলে বয়স মাথো এটা সংখ্যাহে।মনত যদি উৎসাহ আৰু উদীপনা আছে তেন্তে বয়স কেতিয়াও কোনো কামৰ বাবে হব নোৱাৰে প্ৰতিবন্ধকতা।

Bite: ইচকুৰবা খ্ৰীজা আৰু তেওঁৰ পত্নী।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.