ETV Bharat / state

Bike lifter arrest : শিৱসাগৰত দুই বাইক চোৰক কৰায়ত্ত

author img

By

Published : Nov 22, 2021, 1:28 PM IST

শিৱসাগৰত দুই গভাইত চোৰক আটক ৷ চুৰিকাণ্ড সংঘটিত কৰাৰ ডেৰ ঘন্টাৰ ভিতৰতেই দুই গভাইত চোৰক কৰায়ত্ত শিৱসাগৰ আৰক্ষীৰ ৷

two-bike-thiefs-arrested-in-sivasagar
শিৱসাগৰত দুই বাইক চোৰক কৰায়ত্ত

শিৱসাগৰ, 22 নৱেম্বৰ : ৰাসোৎসৱৰ আনন্দ উল্লাসৰ মাজতে দেওবাৰে নিশা শিৱসাগৰৰ কোঁৱৰপুৰত সংঘটিত হয় চাঞ্চল্যকৰ বাইক চুৰিকাণ্ড (bike lifting incident) ৷ কিন্তু চুৰিকাণ্ডৰ দুঘন্টাৰ ভিতৰতেই বাইকসহ দুই গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষী ৷

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কোঁৱৰপুৰৰ ৰাস মহোৎসৱস্থলীৰ পৰা নিশা চুৰি হোৱা এখন পালচাৰ বাইক কেৱল ডেৰ ঘন্টাৰ ভিতৰতেই সদৰ আৰক্ষীৰ এটা দলে বাইকসহ দুটাকৈ গভাইত চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

শিৱসাগৰ আৰক্ষীয়ে চুৰি কৰা বাইকসহ কৰায়ত্ত কৰা গভাইত চোৰ দুটা ক্ৰমে টেপৰতল গোঁহাই গাঁৱৰ নিৱাসী বিকি বৰুৱা আৰু একেখন গাঁৱৰে মৃণাল বৰুৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : BARMIS SUPARI : চূড়াইবাৰীত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক; আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.