ETV Bharat / state

শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ ঐক্য সেনা অসমৰ শ্ৰদ্ধাঞ্জলি

author img

By

Published : Nov 24, 2020, 6:08 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্য ৷ প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷ শিৱসাগৰতো ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷

AS_SVR_tributes_ to_Tarun_gogoi_7203499
শিৱসাগৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীলৈ ঐক্য সেনা অসমৰ শ্ৰদ্ধাঞ্জলি

শিৱসাগৰ,24 নৱেম্বৰ : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সফল ৰাজনীতিবিদ তৰুণ গগৈৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন দল-সংগঠনে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ অৰিহণা অসমৰ ৰাইজে কেতিয়াও পাহৰিব নোৱাৰে ৷

মঙলবাৰে প্ৰয়াত নেতা গৰাকীলৈ শিৱসাগৰত ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ দ'লমুখ চাৰি আলিত প্ৰয়াত নেতা গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকে অংশগ্ৰহণ কৰি প্ৰয়াত নেতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: তৰুণ গগৈৰ মৃত্যুত শোক প্ৰকাশ বিধায়ক ৰফিকুল ইছলামৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.