ETV Bharat / state

আমগুৰি ব্যৱসায়ী সন্থাৰ তিনি দিনীয়া লক্ ডাউন - কন্টেইনমেন্ট জ'ন

ভয়াবহ ৰূপত ক'ভিড-19ৰ গণ সংক্ৰমনে দেখা দিয়াৰ কাৰণে তিনিদিনীয়া লক্ ডাউনৰ সিদ্ধান্ত আমগুৰিৰ ব্যৱসায়ী সন্থাৰ।

lock down
lock down
author img

By

Published : Jul 22, 2020, 11:07 AM IST

আমগুৰি, ২২ জুলাই : আমগুৰি নগৰত তিনিদিনীয়া লক্ ডাউন ঘোষণা কৰিছে ব্যৱসায়ী সন্থাই । অঞ্চলটোত ভয়াবহ ৰূপত ক'ভিড-19 গণ সংক্ৰমনে দেখা দিয়াৰ কাৰণে তিনিদিনীয়া লক্ ডাউনৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ । আমগুৰি অঞ্চটোৰ বিভিন্ন স্থানত বৰ্তমানলৈকে অৰ্ধ শতাধিক ব্যক্তিৰ দেহত ক'ভিড-19 ৰোগৰ লক্ষণে দেখা দিয়াত শংকিত হৈ পৰিছে আমগুৰিবাসী ।

আমগুৰি ব্যৱসায়ী সন্থাৰ তিনি দিনীয়া লক্ ডাউন
প্ৰসাশনে ইতিমধ্যে কেইবাটাও স্থান কন্টেইনমেন্ট জ'ন ঘোষণা কৰাৰ পাচত আমগুৰি নগৰত চেম্বাৰৰ্চ অৱ কমাৰ্চে তিনিদিনীয়াকৈ স্থানীয় বন্ধৰ আহ্বান কৰিছে ৷ এই সময়ছোৱাত জৰুৰীকালীন সেৱাৰ বাহিৰে অন্য ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ ৰখাৰ বাবে অনুৰোধ জনাইছে ব্যৱসায়ী সন্থাই ৷ উল্লেখ্য যে, ৰাজ্যত ব্যাপক হাৰত ক'ভিড-19ৰ ঘটনা ধৰা পৰিছে ৷ অৱশ্যে তাৰ মাজতে প্ৰায় সংখ্যক ৰোগীয়েই আৰোগ্য লাভ কৰাৰ খবৰে ৰাইজক শংকাৰ মাজতো কিছু আশাৰ সঞ্চাৰ কৰিছে ৷

লগতে পঢ়ক : বিধায়ক শিলাদিত্যক নীতিশিক্ষা ৰাজেন গোহাঁইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.