ETV Bharat / state

বান আৰু গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰূপহীমুখবাসী

author img

By

Published : Dec 23, 2020, 2:11 PM IST

Updated : Dec 23, 2020, 2:26 PM IST

ৰূপহীমুখ ৰাইজক আজিও ধোকি পোৱা নাই চৰকাৰৰ উন্নযন মূলক আঁচনিয়ে ৷ কিয়নো প্ৰতিবছৰে বান আৰু গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰূপহীমুখবাসীৰ আৰ্তনাদ আজিও আঁতৰ হোৱা নাই । বান আৰু গৰাখহনীয়াৰ কোনো স্থায়ী সমাধান নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে ৷

the problem of erosion a major problem at sivasagar rupohimukh
বান আৰু গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰূপহীমূখবাসী

আমগুৰি, ২৩ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ ৰূপহীমুখ ৰাইজক আজিও ধোকি পোৱা নাই চৰকাৰৰ উন্নযন মূলক আঁচনিয়ে ৷ কিয়নো প্ৰতিবছৰে বান আৰু গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰূপহীমুখবাসীৰ আৰ্তনাদ আজিও আঁতৰ হোৱা নাই ।

বান আৰু গৰাখহনীয়াত সৰ্বশ্ৰান্ত ৰূপহীমুখবাসী

ব্ৰহ্মপুত্ৰ দাতিকাষৰীয়া ৰূপহীমুখ এটা সময়ত শস্য-মৎস্যৰে নদন-বদন আছিল । কিন্তু বৰ্তমানে বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে ৰূপহীমুখত ৷

গুৰুত্বপূৰ্ণ কথাটো হ'ল বান আৰু গৰাখহনীয়াৰ কোনো স্থায়ী সমাধান নোহোৱাৰ অভিযোগ উত্থাপিত কৰিছে অঞ্চলটোৰ ৰাইজে । গৰাখহনীয়াত বিগত কেইবা বছৰত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অঞ্চলটোৰ শ শ লোকৰ ঘৰ-ভেঁটি ৷

নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিয়ে অঞ্চলটোৰ বান আৰু গৰাখহনীয়াৰ সমস্যা স্থায়ী সমাধান আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু আজিকোপতি এই সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন কৰি স্থানীয় লোকে ৷

লগতে পঢ়ক:অসমৰ পৰ্যটন ক্ষেত্ৰলৈ নতুন সংযোজন ঘটাই সাজু ব্ৰহ্মপুত্ৰৰ মুকুতা

Last Updated : Dec 23, 2020, 2:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.