ETV Bharat / state

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ টাই আহোম যুৱ পৰিষদ

author img

By

Published : Jun 20, 2020, 1:46 PM IST

Updated : Jun 20, 2020, 2:25 PM IST

অসম আৰু অসমীয়াৰ ইতিহাস বিকৃত কৰা চেটাৰ্জীক হুংকাৰ প্ৰদান কৰিছে টাই আহোম যুৱ পৰিষদে । উল্লেখ্য যে, চীন-ভাৰত যুদ্ধক লৈ সমাজিক মাধ্যমত স্বৰ্গদেউ চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে । গৰ্গ চেটাৰ্জীক তীব্ৰ ভাষাৰে সমালোচনা কৰে আহোম সংগঠনটোৱে । লগতে অসম সন্দৰ্ভত কৰা এনে মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন নাগৰিক ।

The Ahom Youth Council is all against Garg Chatterjee
গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ তাই আহোম যুৱ পৰিষদ

শিৱসাগৰ, 20 জুন : পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ । গৰ্গ চেটাৰ্জীৰ বক্তব্যৰ বিৰোধিতা কৰি টাই আহোম যুৱ পৰিষদে চেটাৰ্জীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে । শীঘ্ৰে গৰ্গ চেটাৰ্জী নামৰ তথাকথিত বঙালী বুদ্ধিজীৱিজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে সংগঠনটোৱে ।

লগতে পঢ়কঃ কলিয়াবৰত পুনৰ দুজনৰ দেহত কোভিড-19 পজিটিভ

অসম আৰু অসমীয়াৰ ইতিহাস বিকৃত কৰা চেটাৰ্জীক হুংকাৰ প্ৰদান কৰিছে টাই আহোম যুৱ পৰিষদে । উল্লেখ্য যে, চীন-ভাৰত যুদ্ধক লৈ সমাজিক মাধ্যমত স্বৰ্গদেউ চ্যুকাফাক চীনা আক্ৰমণকাৰী বুলি মন্তব্য কৰিছিল গৰ্গ চেটাৰ্জীয়ে । গৰ্গ চেটাৰ্জীক তীব্ৰ ভাষাৰে সমালোচনা কৰে আহোম সংগঠনটোৱে । লগতে অসম সন্দৰ্ভত কৰা এনে মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ সচেতন নাগৰিক সকল । ৰাজ্যৰ ঠায়ে-ঠায়ে গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । এই বিষয়টো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই তাৎক্ষণিক পদক্ষেপ লয় মুখ্যমন্ত্ৰীগৰাকীয়েও ৷ গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি অসমলৈ অনাৰ বাবে আৰক্ষীক নিদেৰ্শ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ।

Last Updated : Jun 20, 2020, 2:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.