- আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
- ধুমুহাত দহখনৰো অধিক গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত
- মগলৌ, থেকেৰাতল, উজনি ভৰলুৱা, নকটানি, ৰঘূবাৰীকে ধৰি দহখনৰো অধিক গাঁও ধুমুহাৰ কৱলত
- ধুমুহাৰ ফলত বহু পৰিয়ালৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ পৰি ধ্বংস হৈ বহু গৃহ
- গৃহহীন বহু পৰিয়াল
- বিভিন্ন অঞ্চলত প্ৰকাণ্ড গছ পৰি ব্যাহত হয় যাতায়ত ব্যৱস্থা
- বৰ্তমানলৈ উপস্থিত হোৱা নাই প্ৰশাসনৰ লোকআমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ - আমগুৰি দিখৌমুখ
আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ ৷ দহখনৰো অধিক গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত ৷

আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
- আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
- ধুমুহাত দহখনৰো অধিক গাঁৱৰ অৰ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্ত
- মগলৌ, থেকেৰাতল, উজনি ভৰলুৱা, নকটানি, ৰঘূবাৰীকে ধৰি দহখনৰো অধিক গাঁও ধুমুহাৰ কৱলত
- ধুমুহাৰ ফলত বহু পৰিয়ালৰ টিনপাত উৰুৱাই নিয়াৰ লগতে গছ পৰি ধ্বংস হৈ বহু গৃহ
- গৃহহীন বহু পৰিয়াল
- বিভিন্ন অঞ্চলত প্ৰকাণ্ড গছ পৰি ব্যাহত হয় যাতায়ত ব্যৱস্থা
- বৰ্তমানলৈ উপস্থিত হোৱা নাই প্ৰশাসনৰ লোকআমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
Intro:Body:আমগুৰি ব্ৰেকিং
আমগুৰি দিখৌমুখত ধুমুহাৰ তাণ্ডৱ
দহখনৰো অধিক গাঁওৰ অৰ্দ্ধশতাধিক পৰিয়াল ক্ষতিগ্ৰস্থ
মগলৌ, থেকেৰাতল, উজনি ভৰলুৱা, নকটানি, ৰঘূবাৰীকে ধৰি দহখনৰো অধিক গাঁও ধুমুহাৰ কৱলত
ধুমুহাই বহু পৰিয়ালৰ টিনপাট উৰুৱাই নিয়াৰ লগতে গছ পৰি বহু গৃহ ভাঙি গৈছে।
গৃহহীন বহু পৰিয়াল। বিভিন্ন অঞ্চলৰ পথত বৃহৎ গছ পৰি যাতায়াত ব্যাহত হৈ আছে।
বৰ্তমানলৈ প্ৰশাসনৰ লোক উপস্থিত হোৱা নাই।
সমীৰণ দুৱৰা আমগুৰি
Conclusion: