শিৱসাগৰ, 16 অক্টোবৰঃ শিৱসাগৰত সমাজতত্ত্ব বিষয়ৰ শতবৰ্ষ উদযাপন ৷ সমাজতত্ত্বক বিষয় ৰূপে পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ 100টা বছৰ পূৰ্ণ হোৱা উপলক্ষে শিৱসাগৰ নগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শতবৰ্ষ অনুষ্ঠানৰ উদযাপন কৰা হয় ৷ শিৱসাগৰ জিলা শিক্ষা বিষয়াই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰকান্ত গগৈ মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচীত লাচিত বৰফুকন মহাবিদ্যালয়ৰ লগতে আন কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ উল্লেখযোগ্য যে সমাজতত্ত্ব বিষয়টো 1919 চনত পোন প্ৰথমবাৰৰ বাবে বোম্বে বিশ্ববিদ্যালয়ত বিষয়ৰূপে অন্তৰ্ভূক্ত কৰা হৈছিল ৷
সমাজতত্ত্বৰ শতবাৰ্ষিকী - শিৱসাগৰ জিলা শিক্ষা বিষয়া
সমাজতত্ত্বক বিষয় ৰূপে পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ 100টা বছৰ পূৰ্ণ হোৱা উপলক্ষে শিৱসাগৰ নগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শতবৰ্ষ অনুষ্ঠানৰ উদযাপন কৰা হয় ৷

শিৱসাগৰ, 16 অক্টোবৰঃ শিৱসাগৰত সমাজতত্ত্ব বিষয়ৰ শতবৰ্ষ উদযাপন ৷ সমাজতত্ত্বক বিষয় ৰূপে পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ 100টা বছৰ পূৰ্ণ হোৱা উপলক্ষে শিৱসাগৰ নগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত শতবৰ্ষ অনুষ্ঠানৰ উদযাপন কৰা হয় ৷ শিৱসাগৰ জিলা শিক্ষা বিষয়াই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰকান্ত গগৈ মুখ্য বক্তা ৰূপে অংশগ্ৰহণ কৰে ৷ এই কাৰ্যসূচীত লাচিত বৰফুকন মহাবিদ্যালয়ৰ লগতে আন কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷ উল্লেখযোগ্য যে সমাজতত্ত্ব বিষয়টো 1919 চনত পোন প্ৰথমবাৰৰ বাবে বোম্বে বিশ্ববিদ্যালয়ত বিষয়ৰূপে অন্তৰ্ভূক্ত কৰা হৈছিল ৷
Story-SOCIOLOGY_CENTENARY
Ananta Smith
Sivasagar
16th October
#সমাজতত্ত্বক বিষয় ৰূপে পাঠ্যক্ৰমত অন্তৰ্ভুক্তিৰ ১০০ বছৰ পূৰ্ণ হোৱা উপলক্ষে শিৱসাগৰ নগৰৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ত আজি সমাজতত্ত্বৰ শতবৰ্ষ উদযাপন কৰা হয়।
#শিৱসাগৰ জিলা শিক্ষা বিষয়াই শুভ উদ্বোধন কৰা এই অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক চন্দ্ৰকান্ত গগৈ মুখ্য বক্তা ৰূপে উপস্থিত থাকে।
#উল্লেখযোগ্য যে সমাজতত্ত্বক ১৯১৯ চনত পোন প্ৰথমবাৰৰ বাবে বোম্বে বিশ্ববিদ্যালয়ত বিষয় ৰূপে অন্তৰ্ভূক্ত কৰা হৈছিল।
#কাৰ্যসূচীত লাচিত মহাবিদ্যালয়ৰ লগতে আন কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।
Bite:সীমান্ত বৰুৱা/লাচিত কলেজConclusion: