ETV Bharat / state

আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক যুৱক

author img

By

Published : Aug 10, 2019, 11:49 AM IST

Updated : Aug 10, 2019, 1:39 PM IST

আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক যুৱক

11:25 August 10

ডিমৌৰ বকতা বৰপিয়াল হাবিৰ পৰা আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক তিনিজন যুৱকক

ডিমৌ,10আগষ্ট :

  • ডিমৌত আলফাৰ সন্দেহত তিনিজন যুৱকক আটক
  • বকতা বৰপিয়াল হাবিৰ পৰা আটক কৰা হয় যুৱককেইজনক
  • যুৱককেইজন বাবু তামুলী,বিৰেন চেতিয়া আৰু অৰুণ ৰাইদঙীয়া
  • অৰুণ ৰাইদঙীয়াক আটক কৰা হয় মাছৈৰ পৰা 
  • যুৱককেইজনৰ পৰা উদ্ধাৰ কৰা হয় গ্ৰেণেড

11:25 August 10

ডিমৌৰ বকতা বৰপিয়াল হাবিৰ পৰা আলফাৰ সন্দেহত গ্ৰেণেডসহ আটক তিনিজন যুৱকক

ডিমৌ,10আগষ্ট :

  • ডিমৌত আলফাৰ সন্দেহত তিনিজন যুৱকক আটক
  • বকতা বৰপিয়াল হাবিৰ পৰা আটক কৰা হয় যুৱককেইজনক
  • যুৱককেইজন বাবু তামুলী,বিৰেন চেতিয়া আৰু অৰুণ ৰাইদঙীয়া
  • অৰুণ ৰাইদঙীয়াক আটক কৰা হয় মাছৈৰ পৰা 
  • যুৱককেইজনৰ পৰা উদ্ধাৰ কৰা হয় গ্ৰেণেড
Intro:Body:

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিমৌত আলফাৰ সন্দেহত গ্ৰেণেডসহ তিনি যুৱক আটক। বকতা বৰপিয়াল হাবি গাঁৱৰ পৰা আলফা সদস্যকেই জনক নিশা আটক কৰে আৰক্ষীয়ে। আটক কৰা আলফা সদস্য কেইজন বকতা বৰপিয়ালৰ বাবু তামুলী আৰু বেজপথাৰৰ বিৰেন চেতিয়াক আটক। একে সময়তে মাছৈৰ পৰা আলফাৰ লিংক মেনৰ সন্দেহত অৰুণ ৰাইদঙীয়াক আটক।

Conclusion:
Last Updated : Aug 10, 2019, 1:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.