ETV Bharat / state

কৃত্ৰিম বানত জলমগ্ন শিৱসাগৰ চহৰ

author img

By

Published : Jul 27, 2019, 12:04 PM IST

নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানৰ কবলত পৰিছে শিৱসাগৰ চহৰৰ বিস্তীৰ্ণ অঞ্চল ৷ কৃত্ৰিম বানে ব্যাহত কৰি তুলিছে শিৱসাগৰ চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ৷

কৃত্ৰিম বানত বুৰিছে শিৱসাগৰ নগৰ
  • কৃত্ৰিম বানত বুৰিছে শিৱসাগৰ চহৰ ৷
  • নেৰানেপেৰা বৰষুণৰ বাবে বানৰ কবলত পৰিছে চহৰখনৰ বিস্তীৰ্ণ অঞ্চল ৷
  • কৃত্ৰিম বানত জলমগ্ন হৈছে চহৰখনৰ দৌলমুখ চাৰি আলি,ষ্টেচন চাৰি আলি,বি জি ৰোড,তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আবাসীক এলেকা,লক্ষ্মী নগৰ আদি অঞ্চল সমূহ ৷
  • নগৰৰ জল নিষ্কাষণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ অভিযোগ ৷
  • কৃত্ৰিম বানে ব্যাহত কৰি তুলিছে শিৱসাগৰ চহৰৰ স্বাভাৱিক জীৱন যাত্ৰা ৷

Intro:Body:নেৰানেপেৰা বৰষুণৰ বাবে কৃত্ৰিম বানত ডুব গল শিৱসাগৰ নগৰ।

Story-ARTIFICIAL_FLOOD
Ananta Smith
Sivasagar
27th July

A_SVR_27TH_JULY_801_ARTIFICIAL_FLOOD_7203499

শিৱসাগৰ নগৰৰ দলমুখ চাৰি আলি,ষ্টেচন চাৰি আলি,বি জি ৰোড,তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ আবাসীক এলেকা,লক্ষ্মী নগৰ আদিকে ধৰি বৃহৎ এলেকা বানৰ কবলত।
পথ ডুব গৈছে পানীত।ব্যাহত স্বাভাৱিক জীৱন যাত্ৰা।নগৰৰ জল নিষ্কাষণৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দুৰৱস্থা হৈছে বুলি ৰাইজৰ অভিযোগ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.