ETV Bharat / state

কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ঐতিহাসিক শিৱদৌল - ঐতিহাসিক শিৱদৌল

শিৱদৌল চৌহদত কৰ্মৰত এগৰাকী লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পিচতে,কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হ'ল শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল চৌহদ ৷

ঐতিহাসিক শিৱদৌল
ঐতিহাসিক শিৱদৌল
author img

By

Published : Jul 22, 2020, 3:18 PM IST

শিৱসাগৰ, 22 জুলাই: কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা হ'ল শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল চৌহদ ৷ মঙলবাৰে শিৱদৌল চৌহদত কৰ্মৰত সঞ্জীৱ দাস (30) নামৰ এগকাৰী কৰ্মচাৰীৰ দেহত ধৰা পৰিছ কৰ'ণাৰ অৱস্থিতি ৷ যোৱা 16 জুলাইত লোকজনৰ স্বাৱ পৰীক্ষা কৰোৱা হৈছিল ৷ আনহাতে আক্ৰান্ত লোকগৰাকীৰ বাসগৃহ অৱস্থিত ৰোড নিউ কলনি এলেকাও কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ উল্লেখ্য যে,আক্ৰান্ত লোকগৰাকীৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে ৷

কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা ঐতিহাসিক শিৱদৌল

লগতে পঢ়ক: ৰাজ্যত 24 ঘন্টাত সম্পন্ন 18,152 ক‘ভিড পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.