ETV Bharat / state

শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী - শিৱসাগৰ

বিভিন্ন দাবীৰে প্ৰতিবাদ সংগঠনটোৰ

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী
author img

By

Published : Mar 1, 2019, 1:43 PM IST

শিৱসাগৰ, ১ মাৰ্চ : বিভিন্ন দাবীৰে শুকুৰবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্র সন্থাই ৰূপায়ন কৰে অৱস্থান বিক্ষোভ কাৰ্যসূচী । বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা,খিলঞ্জীয়া অসমীয়া ভূমিহীন লোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা,অনুসূচিত জাতিৰ জালৌ-মালৌ সকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা,সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ চাফাই কৰ্মী পদত কেৱল হৰিজন সম্প্ৰদায়ৰ লোকক নিয়োগ কৰা আদি দাবী পূৰণৰ অৰ্থে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । লগতে অতিশীঘ্ৰে এই দাবীসমূহ পূৰণৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

Intro:Body:

শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অৱস্থান বিক্ষোভ কাৰ্যসূচী

শিৱসাগৰ, ১ মাৰ্চ : বিভিন্ন দাবীৰে শুকুৰবাৰে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্র সন্থাই ৰূপায়ন কৰে অৱস্থান বিক্ষোভ কাৰ্যসূচী । বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা,খিলঞ্জীয়া অসমীয়া ভূমিহীন লোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰা,অনুসূচিত জাতিৰ জালৌ-মালৌ সকলক জাতিগত প্ৰমাণ পত্ৰ প্ৰদান কৰা,সকলো চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানৰ চাফাই কৰ্মী পদত কেৱল হৰিজন সম্প্ৰদায়ৰ লোকক নিয়োগ কৰা আদি দাবী পূৰণৰ অৰ্থে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে । লগতে অতিশীঘ্ৰে এই দাবীসমূহ পূৰণৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.