ETV Bharat / state

ডিমৌত দুৰ্ঘটনাত নিহত এজন - Dimow Road Accident

ডিব্ৰুগড়ৰ পৰা বিয়া খাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । পুৱাৰ নামাজ পঢ়িবলৈ যোৱা স্থানীয় লোকসকলে পানীৰ তলৰ পৰা দুয়োজন যুৱকক উদ্ধাৰ কৰি ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে ত্ৰিনয়ন বৰা নামৰ যুৱকজনে মৃত্যুক আঁকোৱালি লয় ।

পুৱতি নিশা ডিমৌত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত
author img

By

Published : May 9, 2019, 6:41 PM IST

শিৱসাগৰ, 9 মেঃ শিৱসাগৰ জিলাৰ ডিমৌত পুৱতি নিশা সংঘটিত হোৱা এক পথ দুুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয় ৷ ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখী গ্ৰেণ্ড আই 10 গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

পুৱতি নিশা ডিমৌত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ এজন নিহত

পুৱতি নিশা 3.30 মান বজাত সংঘটিত হোৱা দুৰ্ঘটনাটোত যোৰহাট জে.বি. ৰোডৰ ৩৯ বছৰীয়া ত্ৰিনয়ন বৰা নামৰ লোকজন নিহত হোৱাৰ লগতে যোৰহাট লিচুবাৰীৰ ৩৪ বছৰীয়া আলোক সাহা নামৰ লোকজন গুৰুতৰভাৱে আহত হয় ৷ ডিব্ৰুগড়ৰ পৰা বিয়া খাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো । পুৱাৰ নামাজ পঢ়িবলৈ যোৱা স্থানীয় লোকসকলে পানীৰ তলৰ পৰা দুয়োজন যুৱকক উদ্ধাৰ কৰি ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে ত্ৰিনয়ন বৰা নামৰ যুৱকজনে মৃত্যুক আঁকোৱালি লয় । ইফালে গুৰুতৰভাৱে আহত আলোক সাহাক ডিমৌ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা আগবঢ়াই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।

*শিৱসাগৰৰ ডিমৌত দূৰ্ঘটনা-এজন নিহত*
Story-DEMOW_ACCIDENT
Ananta Smith
Sivasagar
09th May

A_SVR_09TH_MAY_804-805_DEMOW_ACCIDENT_7203499

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত জাপিসজীয়াত আজি পুৱতি নিশা ৩.৩০ মান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত এজন লোক নিহত হয় আৰু আন এজন গুৰুতৰভাৱে আহত হয়। আজি পুৱতি নিশা ডিব্ৰুগড়ৰ পৰা যোৰহাট অভিমুখে গৈ থকা গ্ৰেণ্ড আই ১০ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাগৰি পৰে এটা পুখুৰীত। দুৰ্ঘটনাটোত যোৰহাট জে.বি. ৰোডৰ ৩৯ বছৰীয়া ত্ৰিনয়ন বৰা নামৰ এজন নিহত হোৱাৰ লগতে যোৰহাট লিচুবাৰীৰ ৩৪ বছৰীয়া আলোক সাহা নামৰ এজন গুৰুতৰ ভাবে আহত। উল্লেখ্য যে, মৃত ত্ৰিনয়ন বৰা আৰু গুৰুতৰ ভাবে আহত আলোক সাহাই ডিব্ৰুগড়ৰ পৰা এখন বিয়া খাই ঘৰলৈ উভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পুৱাৰ নামাজ পঢ়িবলৈ যোৱা স্থানীয় লোকসকলে পানীৰ তলৰ পৰা দুয়োজন যুৱকক উদ্ধাৰ কৰি ততাতৈয়াকৈ ডিমৌ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে ত্ৰিনয়ন বৰা নামৰ যুৱকজনে মৃত্যুক আকোঁৱালি লয়। ইফালে গুৰুতৰ ভাবে আহত আলোক সাহাক ডিমৌ আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা আগবঢ়াই উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

Bite-চিকিৎসক
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.