ETV Bharat / state

শিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা সভা

author img

By

Published : Mar 14, 2020, 2:20 AM IST

কোঁৱৰপুৰ প্ৰেছক্লাৱৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত শুকুৰবাৰে কোঁৱৰপুৰ ল'ৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ সভাত কেইবাগৰাকীও সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় ৷

কোঁৱৰপুৰ প্ৰেছক্লাৱ
কোঁৱৰপুৰ প্ৰেছক্লাৱ

কোঁৱৰপুৰ, 13 মাৰ্চঃ শুকুৰবাৰে শিৱসাগৰৰ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত কোঁৱৰপুৰ ল'ৰা মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা ৷ কোঁৱৰপুৰ প্ৰেছক্লাৱৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত, শিৱসাগৰ জিলাৰ নৱ নিযুক্ত উপায়ুক্ত লক্ষীনন্দন গগৈক আদৰণি জনোৱাৰ লগতে বিশেষভাৱে সন্মানিত কৰা হয় ৷ উপায়ুক্ত গৰাকীয়ে আদৰণি অনুষ্ঠানত উপস্থিত ছাত্ৰ-ছাত্ৰী সকলক জীৱনৰ লক্ষ্যৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায় ৷

কোঁৱৰপুৰ প্ৰেছক্লাৱৰ উদ্যোগত সম্বৰ্ধনা অনুষ্ঠিত সম্বৰ্ধনা সভা

উল্লেখ্য যে, এই অনুষ্ঠানত সাংবাদিক খলিলুৰ ৰহমান হাজৰিকা, প্ৰশান্ত দাস, মুজাক্কিৰ আহমেদ আৰু বাহাৰ আহমেদক তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লহতে পঢ়কঃ কৰ’ণা ভাইৰাছ সম্পৰ্কত নলবাৰীত উপায়ুক্তৰ সতৰ্কীকৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.