ETV Bharat / state

শিৱসাগৰত বন্ধনৰ বান্ধোনত ত্ৰাহি মধুসুদন মহিলাৰ; এজেন্টে কাঢ়ি নিলে গেছ চিলিণ্ডাৰ

শিৱসাগৰত NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বন্ধন গোটৰ এজেন্টে ঋণ লোৱা মহিলাৰ পৰা গেছ চিলিণ্ডাৰৰ লগতে চাউল কাঢ়ি নিয়া বুলি গুৰুতৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷

শিৱসাগৰত বন্ধনৰ বান্ধোনত ত্ৰাহি মধুসুদন মহিলাৰ, এজেন্টে কাঢ়ি নিলে গেছ চিলিণ্ডাৰ
author img

By

Published : Nov 8, 2019, 7:06 PM IST

শিৱসাগৰ, 8 নৱেম্বৰঃ শিৱসাগৰত মাইক্ৰ'ফাইনান্স কোম্পানীৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ বন্ধন গোটৰ এজেন্টে ঋণ লোৱা মহিলাৰ পৰা গেছ চিলিণ্ডাৰৰ লগতে চাউল কাঢ়ি নিয়াৰ অভিযোগ প্ৰতিবাদকাৰী সকলৰ ৷

শিৱসাগৰত বন্ধনৰ বান্ধোনত ত্ৰাহি মধুসুদন মহিলাৰ, এজেন্টে কাঢ়ি নিলে গেছ চিলিণ্ডাৰ

শিৱসাগৰত ব্যক্তিগতখণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ৰাজপথত উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ মহিলাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ বন্ধনকে ধৰি মাইক্ৰ'ফাইনাঞ্চ কোম্পানীয়ে অধিক হাৰত সুত লৈ গাঁৱৰ মহিলাক লুন্ঠন চলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীসকলৰ ৷ তাৰোপৰি মাইক্ৰ'ফাইনান্স কোম্পানী সমুহে গাঁৱৰ অৰ্থনীতি ভাঙি পেলোৱা বুলি গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৷ উক্ত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰীৰ সকলৰ ৷ ৰাজপথত মাই্ৰ'ফাইনান্সৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, শিৱসাগৰ শিমলুগুৰিৰ মনি বৰা নামৰ মহিলা গৰাকীয়ে দিছে আন এক গুৰুতৰ অভিযোগ ৷ মনি বৰাৰ ঘৰৰ পৰা চিলিণ্ডাৰকে ধৰি ঘৰৰ বয়বস্তু লুটি নিয়া বুলি লিখিত অভিযোগ দিয়ে শিৱসাগৰ জিলা উপায়ুক্তক ৷ বন্ধন গোটৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবেই ঘৰত উপস্থিত নথকা সময়ত বন্ধন গোটৰ মহিলাই ঘৰৰ পৰা বয়-বস্তু উঠায় লৈ যোৱা বুলি অভিযোগ মনি বৰাৰ ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদকাৰী সকলে NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে ৷

Intro:Body:মাইক্ৰ'ফাইনান্স কোম্পানীৰ বিৰোদ্ধে গৰজি উঠিল মহিলা: শিৱসাগৰত হাজাৰ হাজাৰ মহিলা ওলাল ৰাজপথলৈ: বন্ধন গোটৰ মহিলাই নিলে ঋণ লোৱা মহিলাৰ গেছ চিলিণ্ডাৰ- চাউল: মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Story-MICRO_FINANCE
Ananta Smith
Sivasagar
08th November

শিৱসাগৰত ব্যক্তিগতখণ্ডৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰোদ্ধে ৰাজপথ উত্তাল

হাজাৰ হাজাৰ মহিলা ৰাজপথলৈ ওলাই আহিল মাইক্ৰ'ফাইনান্স কোম্পানীৰ বিৰুদ্ধে

বন্ধন কে ধৰি মাইক্ৰ'ফাইনাঞ্চ কোম্পানীয়ে অধিক হাৰত সুত লৈ গ্ৰাম্য মহিলাক লুন্ঠন চলোৱাৰ অভিযোগত শিৱসাগৰৰ ৰাজপথত মাইক্ৰ'ফাইনান্স কোম্পানী গ' বেক ধ্বনি

মাইক্ৰ'ফাইনান্স কোম্পানীয়ে ঋণ প্ৰদানৰ নামত গ্ৰাম্য মহিলাক লুটাৰ অভিযোগ প্ৰতিবাদী মহিলাৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰো প্ৰতিবাদত সহযোগ

শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান প্ৰতিবাদকাৰীৰ

অন্ধপ্ৰদেশ চৰকাৰৰ দৰে অৰ্ডিনান্সৰ জৰিয়তে অসম চৰকাৰেও মাই্ৰ'ফাইনান্সৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্মাৰক পত্ৰত

মাইক্ৰ'ফাইনান্স কোম্পানীয়ে অসমৰ গাঁৱৰ অৰ্থনীতি ভাঙি পেলোৱা বুলি গুৰুতৰ অভিযোগ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

কোম্পানীৰ ওচৰত অসমীয়া জাতিক মাইক্ৰ'ফাইনান্স কোম্পানীয়ে ধৰুৱা সজোৱা বুলি মন্তব্য প্ৰতিবাদকাৰীৰ

অতিশীঘ্ৰে মাইক্ৰ'ফাইনান্স কোম্পানীক নিয়ন্ত্ৰণৰ দাবী উত্থাপন

ইফালে মাইক্ৰ'ফাইনান্স কোম্পানী বন্ধনৰ বিৰুদ্ধে শিৱসাগৰ জিলা উপায়ুক্তক লিখিত অভিযোগ মহিলাৰ

শিমলুগুৰিৰ মনি বৰা নামৰ মহিলা গৰাকীয়ে দিছে এই অভিযোগ

বন্ধন গোটৰ মেনেজাৰৰ উচতনিত মনি বৰাৰ ঘৰৰ পৰা বন্ধন গোটে ঘৰৰ বয়বস্তু লুটি নিয়াৰ লিখিত অভিযোগ

বন্ধন গোটৰ লোন মাৰিব নোৱাৰাৰ বাবেই ঘৰত উপস্থিত নথকা সময়ত এইদৰে বন্ধন গোটৰ মহিলাই ঘৰৰ পৰা গেছৰ চিলিণ্ডাৰ, চাউল লুটি অনাৰ অভিযোগ মনি বৰাৰ

NBFC আৰু MFI বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে এইদৰে হাজাৰ হাজাৰ মহিলাই শিৱসাগৰৰ ৰাজপথ উত্তাল কৰা ঘটনাই গাঁও -ভূঞে চানি ধৰা মাইক্ৰ'ফাইনান্স কোম্পানী সমূহে যে গ্ৰাম্য মহিলাক ত্ৰাহি মধুসুদন দেখুৱাইছে, সেই কথাকে প্ৰতিপন্ন কৰিছে ৷

Bite— প্ৰতিবাদী মহিলা

Bite 2— নেতা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.